ETV Bharat / state

ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে মালয়বাৰীৰ ভোটকেন্দ্ৰটো ইভিএম বিকল

মালয়বাৰীৰ জনতা আদৰ্শ বিদ্যালয়ৰ 367 নং ভোটকেন্দ্ৰত 7 বজাৰ পৰিৱৰ্তে পুৱা 8 বজাৰ পৰা ভোটকেন্দ্ৰটোত ভোটদান আৰম্ভ হয় ৷

ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে মালয়বাৰীৰ ভোটকেন্দ্ৰটো ইভিএম বিকল
author img

By

Published : Apr 23, 2019, 11:49 AM IST

গুৱাহাটী , 23 এপ্ৰিল : আজি 2019 লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ তথা অন্তিম পৰ্যায়ৰ ভোট গ্ৰহণ ৷ ইতিমধ্যে ৰাজ্যৰ কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰত ইভিএম বিকল হোৱাৰ লগতে মালয়বাৰীৰ জনতা আদৰ্শ বিদ্যালয়ৰ 367 নং ভোটকেন্দ্ৰতো ইভিএম বিকল হোৱা পৰিলক্ষিত হ'ল ৷

ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে মালয়বাৰীৰ ভোটকেন্দ্ৰটো ইভিএম বিকল

ইভিএম বিকল হোৱাৰ ফলত মালয়বাৰীৰ জনতা আদৰ্শ বিদ্যালয়ৰ 367 নং ভোটকেন্দ্ৰত বহু পলমকৈ ভোটদান আৰম্ভ হয় ৷ 7 বজাৰ পৰিৱৰ্তে পুৱা 8 বজাৰ পৰা ভোটদান আৰম্ভ হয় ভোটকেন্দ্ৰটোত ৷

A_GHY_802_23APRIL_LS_ELECTION_MALOIBARI_VISUAL_BYTE_ASRAR

মালয়বাৰীৰ জনতা আদৰ্শ বিদ্যালয়ৰ ৩৬৭ নং কেন্দ্ৰত EVM বিকল হোৱাৰ ফলত পলম হয় ভোটগ্ৰহণত , যাৰ ফলত দীঘলীয়া শাৰীত ৰখি থাকিবলগীয়া ভোটদাতা সকল , EVM বিকল হোৱাৰ ফলত ৭ বজাৰ পৰিবৰ্তে ৮ বজাত ভোট আৰম্ভ হয় এই কেন্দ্ৰটোত  ।

Byte
Visual and Byte at Ftp

Asrar Ansari 
  Guwahati 

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.