ETV Bharat / state

5.5 প্ৰাৱল্যৰ ভূমিকম্পই জোকাৰি গ'ল গুৱাহাটীকে ধৰি অসমৰ ভিন্ন অংশ

গুৱাহাটীৰ লগতে অসমৰ অন্যান্য অংশত ভূমিকম্পৰ জোকাৰণি ৷ ভূমিকম্পৰ অভিকেন্দ্ৰ ম্যানমাৰৰ(Myanmar) মান্দালয়ৰ(Mandalay) পৰা 148 কিলোমিটাৰ পশ্চিমত ৷ ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাৱল্য আছিল 5.5 ৷

earthquake jolts  assam and its neighboring areas
গুৱাহাটীৰ লগতে অসমৰ অন্যান্য অংশত ভূমিকম্পৰ জোকাৰণি
author img

By

Published : Oct 8, 2021, 7:13 AM IST

নিউজ ডেস্ক , 8 অক্টোবৰ : অসম আৰু ইয়াৰ চুবুৰীয়া অঞ্চলত ভূমিকম্পৰ জোকাৰণি ৷ ৰিখটাৰ স্কেলত 5.5 প্ৰাৱল্যৰ ভূমিকম্পই বৃহস্পতিবাৰে অসম আৰু কাষৰীয়া অঞ্চলসমূহক জোকাৰি যায় ৷ ভূমিকম্পটোৰ অভিকেন্দ্ৰ ম্যানমাৰ বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : দক্ষিণ-পশ্চিম পাকিস্তানত ভূমিকম্প : ১১ জনৰ মৃত্যু

প্ৰাপ্ত তথ্য অনুসৰি, ম্যানমাৰৰ(Myanmar) মান্দালয়ৰ(Mandalay) পৰা 148 কিলোমিটাৰ পশ্চিমত ভূমিকম্পৰ অভিকেন্দ্ৰ অৱস্থিত ৷ ভূমিকম্পৰ ফলত কেনেধৰণৰ ক্ষয়-ক্ষতি হৈছে সেই সন্দৰ্ভত এইপৰ্যন্ত কোনো তথ্য লাভ কৰা নাই ৷

লগতে পঢ়ক : উত্তৰ-পূৱ জাপানত ৫.৯ প্ৰাবল্যৰ ভূমিকম্প : ৩ জন আহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.