ETV Bharat / state

ৰাজ্যত বলবৎ ডিজিটেল ই-চালান - e-challan in guwahati

কোনোবাই যদি গান শুনিবৰ বাবে হেলমেত পৰিধান কৰা নাই কোনোবাই আকৌ কৰ্তব্যৰ পৰা উভতাৰ বাবে পৰিধান কৰা নাই হেলমেত । মুঠতে কিমানৰ যে কিমান অজুহাত, কৈ থাকিলে ওৰকে নপৰে অজুহাতৰ তালিকা ।

ৰাজ্যত বলবৎ কঠোৰ যান বাহন আইন
author img

By

Published : Nov 7, 2019, 11:50 PM IST

আমিনগাঁও, 7 নবেম্বৰ: ৰাজ্যত বলবৎ হৈ আছে কঠোৰ যান বাহন আইন । কিন্তু যান বাহন আইন ভংগ কৰাৰ অজুহাতৰ অন্ত নাই৷ কোনোবাই যদি গান শুনিবৰ বাবে হেলমেত পৰিধান কৰা নাই কোনোবাই আকৌ কৰ্তব্যৰ পৰা উভতাৰ বাবে পৰিধান কৰা নাই হেলমেত । মুঠতে কিমানৰ যে কিমান অজুহাত, কৈ থাকিলে ওৰকে নপৰে অজুহাতৰ তালিকা । কামৰূপ জিলাৰ আমিনগাঁৱত এই সকল আইন ভংগকাৰীক ডিজিটেল পদ্ধতিৰ জৰিমনা বিহিলে জিলা পৰিবহন বিষয়া গৌতম দাসে । বৃহস্পতিবাৰৰ পৰা ৰাজ্যত বলবৎ হৈছে ডিজিটেল ই-চালান প্ৰক্ৰিয়া । এতিয়াৰ জৰিমনা বিহীবলৈ এতিয়া পৰিবহন বিষয়াৰ হাতত থাকিব এক বিশেষ ডিভাইজ । যি ডিভাইছ যোগে অনলাইন যোগে আপলোড কৰা হয় আইন ভংগকাৰী ফটোসহ নথিপত্ৰ । পৰৱৰ্তী সময়ত আইন ভংগকাৰীক দুগুন জৰিমনা বিহাৰ লগতে বাতিল হ'ব পাৰে গাড়ী চালকৰ অনুজ্ঞাপত্ৰ । এই ই-চালান প্ৰক্ৰিয়া প্ৰথম অৱস্থাত অসমৰ 4 খন জিলাত প্ৰযোজ্য কৰা হ’ব ৷ এই জিলাকেইখন ক্ৰমে কামৰূপ(ম), কামৰূপ গ্ৰাম্য, উজনি অসমত ডিব্ৰুগড় আৰু বৰাক উপত্যকা ৷

ৰাজ্যত বলবৎ কঠোৰ যান বাহন আইন
ইয়াৰ লগতে আৰক্ষীয়ে বাহনত ব্যৱহাৰ কৰা ক’লা গ্লাচৰ বিৰুদ্ধে অভিযান চলাই ৷ এই অভিযানত বহু কেইখন গাড়ীৰ গ্লাচৰ পৰা ক’লা 'টিনটেড পেপাৰ' আৰক্ষীয়ে আঁতৰাই পেলায় ৷

Intro:ৰাজ্যত বলৎ হৈ আছে কঠোৰ যান বাহন আইন ।কিন্তু একাংশৰ বাবে যান বাহন আইন ভংগ কৰাটো যেন পৰিণত হৈছে ফেচনত।

Body:যান বাহন আইন ভংগ কৰাৰ যেন সীমা সংখা নাই অজুহাত ৰ ।কোনোবাই যদি গান শুনিবৰ বাবে হেলমেত
পৰিধান কৰা নাই কোনোবাই আকৌ কৰ্তব্যৰ পৰা উভতাৰ বাবে পৰিধান কৰা নাই হেলমেত।মুঠতে কিমানৰ যে কিমান অজুহাত কৈ থাকিলে শেষ নাই। কামৰূপ জিলাৰ আমিনগাঁও ত এই সকল আইন ভংগকাৰীক ডিজিটেল পদ্ধতিৰ জৰিমনা বিহিলে জিলা পৰিবহন বিষয়া গৌতম দাসে।

Conclusion:আজিৰে পৰা ৰাজ্যত বলবৎ হৈছে ডিজিটেল ই-চালান প্ৰক্ৰিয়া।জৰিমনা বিহিবলৈ এতিয়াৰ জৰিমনা বিহীবলৈ
এতিয়া পৰিবহন বিষয়াৰ হাতত থাকিব এক বিশেষ ডিভাইজ।যি ডিভাইছ যোগে অনলাইন আপলোড হয় আইন ভংগকাৰী ফটোসহ নথিপত্ৰ।পৰৱৰ্তী সময়ত আইন ভংগকৰি ৰ দুগুন জৰিমনা হোৱাৰ লগতে বাতিল হব গাড়ী চালকৰ অনুজ্ঞাপত্ৰ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.