ETV Bharat / state

টেট পৰীক্ষাত সংঘটিত হোৱা বিসংগতিৰ বিৰুদ্ধে দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ সংবাদমেল

সদ্য অনুস্থিত টেট পৰীক্ষাত সংঘটিত হোৱা বিসংগতিৰ বিৰুদ্ধে দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ সংবাদমেল ৷ শুকুৰবাৰে দিচপুৰ প্ৰেছ ক্লাবত এক সংবাদমেল আয়োজিত কৰি শিক্ষা বিভাগৰ এই দুৰ্নীতিৰ বিৰূদ্ধে অভিযোগ উত্থাপন কৰে সংগঠনটোৱে ৷ লগতে ৰাজ্যত সংঘটিত হৈ থকা মধ্যাহ্ন ভোজন কেলেংকাৰীৰ বিৰুদ্ধেও ক্ষোভ উজাৰে সংগঠনটোৱে ৷

টেট পৰীক্ষাত সংঘটিত হোৱা বিসংগতিৰ বিৰুদ্ধে দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ সংবাদমেল
author img

By

Published : Nov 16, 2019, 1:00 AM IST

গুৱাহাটী, 15 নৱেম্বৰঃ সদ্য অনুষ্ঠিত টেট পৰীক্ষাত সংঘটিত হোৱা বিসংগতিৰ বিৰুদ্ধে দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ সংবাদমেল ৷ শুকুৰবাৰে দিছপুৰ প্ৰেছ ক্লাবত এক সংবাদমেল আয়োজিত কৰি শিক্ষা বিভাগৰ এই দুৰ্নীতিৰ বিৰূদ্ধে অভিযোগ উত্থাপন কৰে সংগঠনটোৱে ৷ সংবাদমেলত টেট পৰীক্ষা সন্দৰ্ভত কয় যে পৰীক্ষাৰ পূৰ্বে কোটি কোটি টকা ডি এল এড পৰীক্ষাৰ প্ৰমাণ পত্ৰৰ নামত সংঘটিত হোৱাৰ গোচৰ ৰুজু কৰা হৈছিল । পুনৰ বৃহস্পতিবাৰে বঞ্চিত ছাত্ৰ ছাত্ৰী সকলক আবেদন মাছুল উভতাই নিদিয়াৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ ৰুজু কৰিছে সংগঠনৰ কৰ্মকৰ্তাসকলে ৷ গতিকে সংগঠনটোৰ দাবী উভতাই দিব লগা ৮ কোটিতকৈ অধিক টকা বিভাগটোৰ কোনো ব্যক্তিৰ নামত জমা হৈ আছে ৷ কিন্তু আজি পৰ্যন্ত উক্ত টকাখিনি উভতাই নিদিয়াৰ বাবে শিক্ষা বিভাগৰ ওপৰত ক্ষোভ উজাৰে দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে ৷

টেট পৰীক্ষাত সংঘটিত হোৱা বিসংগতিৰ বিৰুদ্ধে দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ সংবাদমেল

আনহাতে, সংবাদমেলত সংগঠনটোৱে অভিযোগ উত্থাপন কৰে যে, চৰকাৰে ঘোষণা কৰা মতে ৰাজ্যত ২ লাখ ৬৬ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ ডি এল এড ডিগ্ৰী ভুৱা । তেন্তে ৰাজ্যত ইমান বৃহৎ সংখ্যক প্ৰমাণ পত্ৰ কোনে যোগান ধৰিলে বুলি চৰকাৰলৈ উভতাই প্ৰশ্ন কৰে সংগঠনৰ নেতৃবৃন্দই ৷ লগতে ৰাজ্যত সংঘটিত হৈ থকা মধ্যাহ্ন ভোজন কেলেংকাৰীৰ বিৰুদ্ধেও ক্ষোভ উজাৰে সংগঠনটোৱে ৷ মধ্যাহ্ন ভোজনৰ ক্ষেত্ৰটো কমিছন গ্ৰহণৰ লগতে ৰাজ্যৰ ১ লাখ ১৭ হাজাৰ ৰন্ধন কৰ্মীৰ প্ৰতিবাদক কোনো গুৰুত্ব প্ৰদান নকৰাৰ বাবে সংগঠনটোৱে ক্ষোভ উজাৰে ৰাজ্য চৰকাৰৰ ওপৰত ৷

লগতে পঢ়কঃৰাসৰ মাজতে পাঠশালাত টীম প্ৰতিঘাতৰ প্ৰচাৰ অভিযান

Intro:ৰাজ্য ত শিক্ষা বিভাগে টেট পৰীক্ষা অনুষ্ঠিত কৰাৰ নামত ব্যাপক বিসংগতি সংঘটিত কৰিলে । ডি এল এড প্ৰমান পত্ৰৰ নামতো সংঘটিত হল জালিয়াতি । লগতে পৰীক্ষাৰ নামত কোটি কোটি টকা সংগ্ৰহ কৰা বিভাগটোৱে।পৰীক্ষাৰ পৰা বঞ্চিত ছাত্ৰ ছাত্ৰী সকলক বৰ্তমানলৈকে উভতাই দিয়া নাই আবেদনকাৰীৰ ধন । এই গুৰুতৰ অভিযোগ দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ ।

Body:শুকুৰবাৰে দিচপুৰ প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলত শিক্ষা বিভাগৰ এই দুৰ্নীতিৰ বিৰূদ্ধে অভিযোগ তুলিলে সংগঠনটোৱে । সংবাদমেলত টেট পৰীক্ষা সন্দৰ্ভত কয় যে পৰীক্ষাৰ পূৰ্বে কোটি কোটি টকা ডি এল এড পৰীক্ষাৰ প্ৰমাণ পত্ৰ নামত সংঘটিত হোৱাৰ গোচৰ ৰুজু কৰা হৈছিল । পুনৰ আজি বঞ্চিত ছাত্ৰ ছাত্ৰী ক আবেদন মাছুল উভতাই নিদিয়াৰ বিৰুদ্ধে দিচপুৰ থানাত গোচৰ ৰুজু কৰিছো।। গতিকে সংগঠনটোৰ দাবী উভতাই দিব লগা লগা ৮ কোটিকৈ অধিক টকা বিভাগটোৰ কাৰোবাৰ নামত জমা হৈ আছে । কিন্তু কিয় আজি পৰ্যন্ত উভতাই নিদিলে বুলি ক্ষোভ উজাৰে । সংবাদমেলত আৰু কয় যে চৰকাৰে ঘোষণা কৰা মতে ৰাজ্যত ২ লাখ ৬৬ হাজাৰ ছাত্ৰ ছাত্ৰী ডি এল এড ডিগ্ৰী ভুৱা ।তেন্তে ৰাজ্যত ইমান বৃহৎ সংখ্যক প্ৰমাণ পত্ৰ কোনে যোগান ধৰিলে বুলি চৰকাৰলৈ প্ৰশ্ন তোলে । ইয়াৰ বিৰুদ্ধে শিক্ষা মন্ত্ৰীয়ে কি ব্যৱস্থা লব? ইয়াৰ উপৰিও ৰাজ্যত চলি থকা মধ্যাহ্ন ভোজন বিতৰ্কত কয় যে সেয়া আৰু মধ্যাহ্ন ভোজন হৈ থকা নাই । সেয়া এতিয়া কমিচনৰ ভোজনলৈ হে পৰিনত হৈছে । যাৰ বাবে ৰাজ্যৰ ১ লাখ ১৭ হাজাৰ কৰ্মী ৰ প্ৰতিবাদ গুৰুত্ব দিয়া নাই ।

Conclusion:লিপিকা ডেকা, গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.