গুৱাহাটী,15 এপ্ৰিলঃ মঙলবাৰৰ পৰা বৃহস্পতিবাৰলৈ অৰ্থাৎ 16 এপ্ৰিলৰ পৰা 18 এপ্ৰিললৈ ড্ৰাই ডে' ঘোষণা কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ ৷ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নহয় তাৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসনে গ্ৰহণ কৰিছে এই সিদ্ধান্ত ৷
![etv assam](https://etvbharatimages.akamaized.net/etvbharat/images/img-20190415-wa00241555338531182-68_1504email_00657_190.jpg)
এই সময়চোৱাত সুৰাৰ বিপনী, বাৰ আদি বন্ধ ৰখাৰ নিৰ্দেশ দিছে জিলা প্ৰশাসনে। যদিহে কোনোৱে এই সময়ছোৱাত নিয়ম উলংঘা কৰে তেন্তে আইনী ব্যৱস্থা লোৱাৰ কথাও উল্লেখ কৰে জিলা প্ৰশাসনে।