ETV Bharat / state

গুৱাহাটীত আৰক্ষীৰ জালত ড্ৰাগছ সৰহবৰাহকাৰী - ছয়মাইলৰ ডাৰান্ধা

ছয়মাইলৰ ডাৰান্ধাৰ পৰা আৰক্ষীয়ে জব্দ কৰে প্ৰায় ৭০ হাজাৰ টকাৰ ড্ৰাগছ ৷ লগতে সৰবৰাহকাৰী কেইটাৰ পৰা নগদ ৫২ হাজাৰ টকা লগতে জব্দ কৰিছে দুখনকৈ মটৰ চাইকেল ৷

Drugs recover dispur  police
গুৱাহাটীত আৰক্ষীৰ জালত ড্ৰাগছ সৰহবৰাহকাৰী
author img

By

Published : Jun 3, 2021, 10:14 PM IST

গুৱাহাটী, 3 জুন : ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে নিচা জাতীয় সামগ্ৰীৰ সৰবৰাহ ৷ প্ৰতিদিনে আৰক্ষীয়ে অভিযান চলাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ড্ৰাগছ সৰবৰাহকীৰৰ লগতে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে ৷ তাৰ মাজতে বৃহস্পতিবাৰে কামৰূপ মহানগৰ জিলাত দিছপুৰ আৰক্ষীৰ অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে ৷

Drugs recover dispur  police
গুৱাহাটীত আৰক্ষীৰ জালত ড্ৰাগছ সৰহবৰাহকাৰী

উল্লেখযোগ্য যে, ছয়মাইলৰ ডাৰান্ধাৰ পৰা আৰক্ষীয়ে জব্দ কৰে প্ৰায় ৭০ হাজাৰ টকাৰ ড্ৰাগছ ৷ লগতে সৰবৰাহকাৰী কেইটাৰ পৰা নগদ ৫২ হাজাৰ টকা লগতে জব্দ কৰিছে দুখনকৈ মটৰ চাইকেল ৷ আৰক্ষীৰ জালত পৰা ধৃত সৰবৰাহকাৰী কেইটা হৈছে মুন্না আহমেদ, চম্পা বেগম আৰু আব্দুল মান্নান ৷ ইপিনে আৰক্ষীৰ জালৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় আছলাম ওৰফে ব্ৰেইন নামৰ সৰহবৰাকাৰীটো ৷ সম্প্ৰতি আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ সৰ্ন্দভত তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়কঃ নাৰ্চ : নিজৰ জীৱনকো তুচ্চ জ্ঞান কৰি চিকিৎসা সেৱাত ব্ৰতী এইসকল ক’ভিড যোদ্ধা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.