ETV Bharat / state

মহানগৰীত ড্ৰাগছ বিৰোধী অভিযান : যুৱতী গ্ৰেপ্তাৰ - গুৱাহাটী

আৰক্ষীয়ে যুৱতীগৰাকীৰ পৰা 36 টা ড্ৰাগছ ভৰ্তি কন্টেনাৰ, 3 টা মোবাইল ফোন, নগদ ধনসহ বহু নিচাযুক্ত সামগ্ৰী জব্দ কৰে । শান্তিপুৰত ভাড়াতীয়া হিচাপে থাকি মাৰাত্মক ড্ৰাগছৰ বেহা অব্যাহত ৰাখিছিল যুৱতীগৰাকীয়ে ।

মহানগৰীত ড্ৰাগছ বিৰোধী অভিযান
author img

By

Published : Jun 27, 2019, 12:08 PM IST

গুৱাহাটী,27 জুন: মহানগৰীৰ বিভিন্ন স্থানত ভৰলুমুখ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ৷ অভিযানত গ্ৰেপ্তাৰ এগৰাকী যুৱতী ৷

আৰক্ষীয়ে যুৱতীগৰাকীৰ পৰা 36 টা ড্ৰাগছ ভৰ্তি কন্টেনাৰ, 3 টা মোবাইল ফোন, নগদ ধনসহ বহু নিচাযুক্ত সামগ্ৰী জব্দ কৰে । শান্তিপুৰত ভাড়াতীয়া হিচাপে থাকি মাৰাত্মক ড্ৰাগছৰ বেহা চলায় গৈছিল যুৱতীগৰাকীয়ে । দীৰ্ঘদিন ধৰি যুৱতীগৰাকীয়ে মহানগৰীৰ বিভিন্ন স্থানত যোগান ধৰি আহিছিল ড্ৰাগছ । উল্লেখযোগ্য যে , গ্ৰেপ্তাৰ কৰা যুৱতীগৰাকীৰ ঘৰ ওদালগুৰিৰ কলাইগাঁৱত বুলি জানিব পৰা গৈছে ৷

এতিয়া ড্ৰাগছ বিক্ৰীত জড়িত হৈ পৰিছে একাংশ যুৱতী মহিলা। মাৰাত্মক ড্ৰাকছৰ কৰাল গ্ৰাসত গুৱাহাটী মহানগৰী। মহানগৰীৰ বিভিন্ন স্থানত ভৰলুমুখ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই। এই অভিযানত শান্তিপুৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এগৰাকী যুৱতী ড্ৰাগছ ব্যৱসায়িক। ড্ৰাগছ ব্যৱসায় কৰা যুৱতীগৰাকীৰ নাম পূজা ডেকা বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে যুৱতীগৰাকীৰ পৰা ৩৬টা ড্ৰাগছ ভৰ্তি কন্টেনাৰ, ৩টা মোবাইল ফোন, নগদ ধনসহ বহ নিচাযুক্ত সামগ্ৰী জব্দ কৰে। শান্তিপুৰত ভাড়াতীয়া হিচাপে থাকি মাৰাত্মক ড্ৰাগছৰ বেহা চলাই গৈছিল যুৱতীগৰাকীয়ে। দীৰ্ঘদিনৰ পৰায়ে যুৱতীগৰাকীয়ে মহানগৰীৰ বিভিন্ন স্থানত যোগান ধৰি আহিছিল ড্ৰাগছ। উল্লেখযোগ্য যে গ্ৰেপ্তাৰ কৰা যুৱতীগৰাকীৰ ঘৰ ওদালগুৰিৰ কলাইগাঁৱত।

(Hirul Haque/Guwahati)
Phone no- 8876195899, 7002668932
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.