ETV Bharat / state

গুৱাহাটীত ড্ৰেগণ ব্ৰেথ আইচ ক্ৰীম

গুৱাহাটীত নাইট্ৰ'জেন আইচ ক্ৰীম ৷ মুখত দিয়াৰ লগে লগে মুখৰ পৰা ধোঁৱা ওলাই আহে ৷ আৰু তাকে লৈ সকলোৰে মনত কৌতুহল । প্ৰথমবাৰৰ বাবে মহানগৰীত এনে আইচ ক্ৰীমৰ সোৱাদ লৈ উৎফুল্লিত গ্ৰাহক ।

গুৱাহাটীত ড্ৰেগণ ব্ৰেথ আইছ ক্ৰীম
author img

By

Published : Jul 1, 2019, 8:37 AM IST

গুৱাহাটী,30 জুন: গুৱাহাটীত নাইট্ৰ'জেন আইছ ক্ৰীম ৷ নাম ড্ৰেগণ ব্ৰেথ ৷ এই বিশেষ আইচ ক্ৰীমবিধ উপলব্ধ চান্দমাৰীস্থিত Sweet Cult আইচ ক্ৰীম বাৰত ৷

গুৱাহাটীত ড্ৰেগণ ব্ৰেথ আইছ ক্ৰীম

ড্ৰেগণ ব্ৰেথ নামৰ এই আইচ ক্ৰীম বিধৰ মূল্য 99 টকা। মুখত দিয়াৰ লগে লগে মুখৰ পৰা ধোঁৱা ওলাই আহে ৷ আৰু তাকে লৈ সকলোৰে মনত কৌতূহল। প্ৰথমবাৰৰ বাবে মহানগৰীত এনে আইচ ক্ৰীমৰ সোৱাদ লৈ উৎফুল্লিত গ্ৰাহক । এজন শিক্ষিত যুৱকে 4 মাহ পূৰ্বে পৰা খোলা এই Sweet Cult আইচ ক্ৰীম বাৰলৈ ড্ৰেগণ ব্ৰেথ আইচ ক্ৰীম খাবলৈ এতিয়া গ্ৰাহকৰ যথেষ্ট ভিৰ ৷ কেৱল ড্ৰেগণ ব্ৰেথৰ আনন্দ ল'বলৈ শিশুৰ পৰা বয়োজ্যেষ্ঠৰ লগতে যুৱক-যুৱতীলৈ সকলোৱে আহি ভিৰ কৰে Sweet Cult আইচ ক্ৰীম বাৰত ৷

Intro:এক বিশেষ আইছ ক্ৰীম নাম ড্ৰেগণ ব্ৰেথ। মহানগৰীৰ চান্দমাৰীস্থিত sweet cult নামৰ আইছ ক্ৰীম বাৰত আহিছে এই বিশেষ নামৰ সৈতে আইছ ক্ৰীমটো। প্ৰথম বাৰৰ বাবে মহানগৰীৰ এই আইছ ক্ৰীম বাৰলৈ আহিছে নাইট্ৰজেন আইছ ক্ৰীম বিধ।

Body: ড্ৰেগণ ব্ৰেথ নামৰ এই আইছ ক্ৰীমৰ মূল্য 99 টকা। মুখত দিয়াৰ লগে লগে মুখৰ পৰা এনেদৰে ধোঁৱা ওলাই থাকে। আৰু তাকে লৈ সকলোৰে মনত কৌতুহল। খোৱাৰ লগে লগে ধোঁৱা মুখে নাকে এনেদৰে ওলাই যায় আৰু গ্ৰাহক সকলেও ধোঁৱা উলিয়াই আনন্দ লয় এনেদৰে। প্ৰথম বাৰৰ বাবে এনে ড্ৰেগণ ব্ৰেথ আইছ ক্ৰীম খাই উৎফুল্লিত গ্ৰাহক।
Bite:-গ্ৰাহক।
মহানগৰীৰ এইজন শিক্ষিত যুৱকে 4 মাহ পূৰ্বৰ পৰা খোলা এই sweet cult আইছ ক্ৰীম বাৰলৈ ড্ৰেগণ ব্ৰেথ আইছ ক্ৰীম খাবলৈ এতিয়া গ্ৰাহকৰ ভিৰ হয় বুলি জানিবলৈ দিয়ে। কেৱল ড্ৰেগণ ব্ৰেথৰ আনন্দ লবলৈ শিশুৰ পৰা বয়োজ্যেষ্ঠ লগতে যুৱক যুৱতী লৈ ভিৰ কৰে sweet cult আইছ ক্ৰীম বাৰত প্ৰতিদিনে এনেদৰে বহু গ্ৰাহক।
Bite:-গৰাকী।

Conclusion:
অসমৰ গ্ৰাহকৰ বাবে আকৰ্ষণীয় এনে নাইট্ৰজেন আইছ ক্ৰীমে প্ৰতিদিনে আকৰ্ষণ কৰিছে গ্ৰহকক এনেদৰে। লগতে ফেচবুক ,ইনস্ট্রগ্রাম youtube ত ভিডিঅ বনোৱাৰ উদ্দেশ্যৰে ড্ৰেগণ ব্ৰেথ আইছ ক্ৰীমৰ সোৱাদ লবলৈ আহে বহুজন।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.