ETV Bharat / state

সোণোৱাল কেবিনেটৰ কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত - দিশপুৰ ৰাজ্যিক কেবিনেটৰ বৈঠক

ৰাজ্যিক মন্ত্ৰীসভাৰ কেবিনেট বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ ৷ বৈঠকৰ অন্তত কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সংবাদমেল

সোণোৱাল কেবিনেটৰ সিদ্ধান্ত
author img

By

Published : Nov 19, 2019, 9:51 PM IST

Updated : Nov 19, 2019, 10:32 PM IST

গুৱাহাটী, 19 নৱেম্বৰ: সমাপ্ত হ'ল ৰাজ্যিক কেবিনেটৰ বৈঠক ৷ মঙলবাৰে বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ৷ কেবিনেটৰ বৈঠকত বহু কেইটা নতুন নীতি চৰকাৰে গ্ৰহণ কৰাৰ কথা সংবাদমেলত ব্যক্ত কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে৷ মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰা মতে চৰকাৰে গ্ৰহণ কৰা প্ৰধান সিদ্ধান্ত তথা নব্য নীতিকেইটা হৈছে-
* ২০২০ চনৰ পৰা চৰকাৰী বন্ধ হ'ব 35 দিন
* সীমিত তথা বিকল্প চৰকাৰী বন্ধ হ'ব 31 টা
* চৰকাৰী পশুপাম উন্নয়নৰ সিদ্ধান্ত
* ছাগলী, গাহৰি পালনৰ বাবে নতুন আঁচনি গ্ৰহণ
* বিগত বিত্তীয় বৰ্ষত চৰকাৰৰ তৰফৰ পৰা 10 লাখ বাঁহ ৰোপণৰ পৰিকল্পনা
* বেচৰকাৰী খণ্ডত বাঁহ ৰোপন কৰিলে 50% ৰাজসাহাৰ্য
* বাঁহ ৰোপন কৰিলে প্ৰতি পুলিৰ বাবদ 2.40 টকাকৈ পাব কৃষকে
* উদ্যোগ খণ্ডৰ কাৰ্যালয়ত মহিলাৰ সুবিধাৰ্থে চেনিটেৰী নেপকিন থকাটো বাধ্যতামূলক

উদ্যোগখণ্ডত মহিলাৰ বাবে চেনীটেৰী নেপকিন : সোণোৱাল কেবিনেটৰ সিদ্ধান্ত

উক্ত নীতি তথা সিদ্ধান্ত সমূহৰ উপৰি চৰকাৰে আৰু বহু নতুন নীতি গ্ৰহণ কৰা কথা সংবাদমেলত উল্লেখ কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে৷ আনহাতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীৰ মন্তব্য কৰে যে, "এই সন্দৰ্ভত আমি সাংবাদিকৰ সৈতে এদিন ভালকৈ কথা পাতিম ৷ আন্দোলন কৰাই কৰিয়েই থাকিব ৷ গণতান্ত্ৰিক ভাৱে আন্দোলন কৰাৰ অধিকাৰ সকলোৰে আছে ৷ আন্দোলনকাৰীয়ে কেৱল আন্দোলন কৰি নাথাকি অসমৰ ভৱিষ্যতৰ কথাটোও ভাৱক ৷"

লগতে পঢ়ক: প্ৰতিবাদত নামিল আই আই টি গুৱাহাটীৰ ছাত্ৰ-ছাত্ৰী

Intro:কেবিনেটৰ বৈঠক সমাপ্ত
বৈঠকৰ অন্তত সংবাদ মাধ্যমক সম্বোধন চন্দ্ৰ মোহন পাটোৱাৰীৰ । অহা বছৰ তথা ২০২০ ৰ চৰকাৰী বন্ধ
35 দিন হব । সীমিত চৰকাৰী বন্ধ 31দিন হব ।

• চৰকাৰী পশুপাম উন্নয়ন ৰ সিদ্ধান্ত ।
ছাগলী, গাহৰি পালনৰ বাবে নতুন পলিচী গ্ৰহণ চৰকাৰৰ ।
• বেচৰকাৰী খণ্ডত বাহঁ ৰূপন কৰিলে 50% ৰাজসাহাৰ্য,
বাহঁ ৰোপন কৰিলে কৃষকক প্ৰতি পুলিৰ বাবদ 2.40 টকাকৈ পাবৰ কৃষকে ।

কেবিনেট বৈঠকৰ অন্তত সাংবাদিক এই কথা জনাই মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে

Body:লগতে কেবিনেটত বহু কেইটা সিদ্ধান্ত গ্ৰহণ কৰা হয়
• উদ্যোগ খণ্ডৰ কাৰ্যালয়ত চেনিটেৰী নেপকিন থকাটো বাধ্যতামূলক

Conclusion:CAB সন্দৰ্ভত কৰাৰ প্ৰশ্নট মন্ত্ৰী গিৰাকীৰ মন্তব্য --
• CABৰ সন্দৰ্ভত আমি সাংবাদিকৰে ভালকৈ এদিন কথা পাতিম*
• আন্দোলন কৰাই কৰিয়েই থাকিব
• গণতান্ত্ৰিক ভাৱে আন্দোলন কৰাৰ অধিকাৰ সকলোৰে আছে
• আন্দোলনকাৰীয়ে অসমৰ ভৱিষ্যতৰ কথাটো ভাৱক ।
Last Updated : Nov 19, 2019, 10:32 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.