ETV Bharat / state

কাছমাৰী ঘাটত দেৱী বিসৰ্জন - kasomari ghat

সম্পূৰ্ণ ক'ভিড প্ৰট'কল মানি প্ৰশাসনৰ নিয়ম অনুসৰি ভক্তপ্ৰাণ ৰাইজে মহানগৰীৰ ফাঁচি বজাৰস্থিত কাছমাৰী ঘাট বিসৰ্জন দিলে দেৱীৰ প্ৰতিমা ৷

কাচমাৰী ঘাটত দেৱী বিসৰ্জন
কাচমাৰী ঘাটত দেৱী বিসৰ্জন
author img

By

Published : Oct 26, 2020, 5:12 PM IST

গুৱাহাটী, 26 অক্টোবৰ: বিজয়া দশমীৰ দিনটোত ব্যস্ত পৰিছে মহানগৰীৰ ফাঁচি বজাৰস্থিত কাছমাৰী ঘাট ৷ পুৱাৰে পৰা ঘাটটোত দেৱী বিসৰ্জনৰ বাবে ভিৰ কৰিছেহি একাংশ ভক্তই ৷

কাচমাৰী ঘাটত দেৱী বিসৰ্জন
কাচমাৰী ঘাটত দেৱী বিসৰ্জন

কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ প্ৰশাসনে ব্যৱস্থা কৰিছে দেৱী বিসৰ্জনৰ ৷ ৰাইজেও সম্পূৰ্ণ ক'ভিড প্ৰট'কল মানি প্ৰশাসনৰ নিয়ম অনুসৰি দেৱী বিসৰ্জন দিয়া পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক: অশ্ৰুসিক্ত নয়নেৰে মঙলদৈবাসীয়ে বিদায় জনালে দুৰ্গতিনাশিনীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.