ETV Bharat / state

কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা সাহাৰ্যৰ পৰা বঞ্চিত অসমৰ বহু অঞ্চলঃ দেবব্ৰত শইকীয়া

বিৰোধী দলপতি দেবব্ৰত শইকীয়াই এক ভিডিঅ'যোগে লক ডাউনৰ 12 দিনতো কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰাৰ দৰে, বৰ্তমানেও অসমৰ বহু ঠাইৰ লোকে সাহাৰ্য লাভ কৰা নাই বুলি উল্লেখ কৰে ।

debabrat saikia's request to assam govt,

author img

By

Published : Apr 5, 2020, 9:31 PM IST

নিউজ ডেস্ক, 5 এপ্ৰিলঃ লক ডাউনৰ 12 দিনতো কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰাৰ দৰে বৰ্তমানেও অসমৰ বহু ঠাইৰ লোকে সাহাৰ্য লাভ কৰা নাই বুলি উল্লেখ কৰে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই । ভাৰতৰ বহু ৰাজ্যই ৰাজ্যবাসীৰ বাবে কিছুমান পেকেজ ঘোষণা কৰিছে যদিও, অসম চৰকাৰে কোনো ধৰণৰ পেকেজ বৰ্তমানলৈ ঘোষণা কৰা নাই বুলি কয় বিৰোধী দলপতি গৰাকীয়ে । তদুপৰি কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা অনুসৰি আবদ্ধ হৈ থকা শ্ৰমিক সকলে পাবলগীয়া খাদ্য বা অন্যান্য সুবিধা সমূহো তেওঁলোকে পোৱা নাই বুলি কয় তেওঁ । লক ডাউনৰ সময়ত চৰকাৰে ষোঘণা কৰা অনুসৰি কোনো সুবিধা বৰ্তমানলৈ বহু অঞ্চলৰ লোকে পোৱা নাই বুলি উল্লেখ কৰে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই । সেয়েহে লক ডাউনৰ সময়ত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা লোকৰ বাবে অসম চৰকাৰক কোনো পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায় দেৱব্ৰত শইকীয়াই ।

কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা সাহাৰ্যৰ পৰা বিৰত অসমৰ বহু অঞ্চলঃ দেবব্ৰত শইকীয়া

লগতে পঢ়কঃ সাহাৰ্য বিতৰণৰ নামত লক ডাউন উলংঘা কৰিলে বিজেপি নেতাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.