ETV Bharat / state

মালিগাঁৱত উদ্ধাৰ মৃত নাহৰফুটুকী

author img

By

Published : Mar 16, 2020, 6:21 PM IST

সোমবাৰে মহানগৰীৰ মালিগাঁৱত উদ্ধাৰ হয় এটা মৃত নাহৰফুটুকী ৷ ললিত চন্দ্ৰ মহাবিদ্যালয়ৰ সমীপত উদ্ধাৰ হয় নাহৰফুটুকীটো ৷

dead leopard rescued at Maligaon
মালিগাঁৱত উদ্ধাৰ মৃত নাহৰফুটুকী

গুৱাহাটী,16 মাৰ্চঃ সোমবাৰে মহানগৰীৰ মালিগাঁৱত উদ্ধাৰ হয় এটা মৃত নাহৰফুটুকী ৷ ললিত চন্দ্ৰ মহাবিদ্যালয়ৰ সমীপত উদ্ধাৰ হয় নাহৰফুটুকীটো ৷ ৰাইজে মৃত নাহৰফুটুকীটো প্ৰত্যক্ষ কৰি জালুকবাৰী আৰক্ষী আৰু বন বিভাগক অবগত কৰে ৷ উল্লেখ্য যে, বিভিন্ন সময়ত অঞ্চলটোত ত্ৰাসৰ সৃষ্টি কৰে বনাঞ্চলৰ পৰা নামি অহা নাহৰফুটুকীয়ে ৷ খাদ্যৰ সন্ধানত ৰাজপথেৰে ঘুৰি থকা অৱস্থাত নিশা গাড়ীয়ে খুন্দিওৱাৰ ফলত নাহৰফুটুকীটোৰ মৃত্যু হোৱা বুলি সন্দেহ স্থানীয় ৰাইজৰ ৷

dead leopard rescued at Maligaon
মালিগাঁৱত উদ্ধাৰ মৃত নাহৰফুটুকী

লগতে পঢ়ক-বৃহৎ লোকচানৰ সন্মুখীন ৰাজ্যৰ পৰ্যটন বিভাগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.