নিউজ ডেস্ক, 22 জুন: ৰাজ্যত ক্ৰমশ বৃদ্ধি পাইছে কোভিড-19ত আক্ৰান্ত ৰোগীৰ সংখ্যা৷ দেওবাৰে নিশা পুনৰ 198জনৰ দেহত ধৰা পৰে কোভিড-19ৰ উপস্থিতি ৷ বৰ্তমানলৈকে এই মহামাৰীত আক্ৰান্ত ৰোগীৰ সংখ্যা 5,586গৰাকীলৈ বৃদ্ধি পোৱাৰ বিপৰীতে চিকিৎসাধীন হৈ আছে 2,170গৰাকী ৷
অন্য এক খবৰৰ বাবে: তামিলনাডুত ভয়াৱহভাৱে বৃদ্ধি পাইছে কোভিড-19 ৰোগীৰ সংখ্যা
ইয়াৰোপৰি,কৰ'ণা ভাইৰাছত 9 জনৰ মৃত্যু হোৱাৰ লগতে 3,404জনে আৰোগ্য লাভ কৰিছে বুলি হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে প্ৰকাশ কৰে ৷