ETV Bharat / state

জালুকবাৰী আয়ুৰ্বেদিক চিকিৎসালয়ত এটা ক'ভিড স্কেনিং চেন্টাৰ মুকলি - চিকিৎসালয়খনত যোৱা ৰোগীসকলে

চিকিৎসালয়খনত যোৱা ৰোগীসকলে পোনপ্ৰথমে নিজৰ ক'ভিড পৰীক্ষা কৰিব লাগিব। এই নতুন চেন্টাৰটো মুকলি কৰে চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ বি. পি. শৰ্মাই ।

covid centre opening at jalukbari
জালুকবাৰী আয়ুৰ্বেদিক চিকিৎসালয়ত এটা ক'ভিড স্কেনিং চেন্টাৰ মুকলি
author img

By

Published : Nov 10, 2020, 5:21 PM IST

গুৱাহাটী,10 নৱেম্বৰঃ মঙলবাৰে মহানগৰীৰ জালুকবাৰীস্থীত আয়ুৰ্বেদিক মহাবিদ্যালয় চিকিৎসালয়ত মুকলি কৰা হয় এটা ক'ভিড স্কেনিং চেন্টাৰ । চিকিৎসালয়খনত যোৱা ৰোগীসকলে পোনপ্ৰথমে নিজৰ ক'ভিড পৰীক্ষা কৰিব লাগিব । এই নতুন ক'ভিড স্কেনিং চেন্টাৰটো মুকলি কৰে চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ বি. পি. শৰ্মাই ।

জালুকবাৰী আয়ুৰ্বেদিক চিকিৎসালয়ত এটা ক'ভিড স্কেনিং চেন্টাৰ মুকলি

ক’ৰণাৰ এই ভয়াৱহ সময়চোৱাত ক'ভিড চেন্টাৰটোৰ জৰিয়তে অন্যান্য ৰোগীৰ লগতে সাধাৰণ লোক উপকৃত হ'ব বুলি উল্লেখ কৰে অধ্যক্ষগৰাকীয়ে । মহাবিদ্যালয়খনৰ শিক্ষাৰ্থীসকলেও সময়ে সময়ে এই চেন্টাৰত ক'ভিড পৰীক্ষা কৰিব লাগিব। উল্লেখযোগ্য যে ক'ভিড চিকিৎসালয় আয়ুৰ্বেদিক মহাবিদ্যালয়ত ৰোগীৰ সুবিধাৰ বাবে আৰু কেইবাটাও নতুন পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলিও অধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়ে।

লগতে পঢ়কঃ খোৱাঙত CAA বাতিল আৰু টাই আহোমক জনজাতিকৰণৰ দাবীত আটাছুৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.