ETV Bharat / state

দিল্লীত ক’ভিড-19 আক্ৰান্ত হৈ মৃত্যু প্ৰবক্তা ৰাজৰ্ষি কলিতাৰ

author img

By

Published : May 5, 2021, 10:53 PM IST

ক’ভিড-19 ত আক্ৰান্ত হৈ বুধবাৰে শেষ নিশ্বাস ত্যাগ কৰে জনপ্ৰিয় যুৱ প্ৰবক্তা ৰাজৰ্ষি কলিতাই ।

দিল্লীত ক’ভিড-19 আক্ৰান্ত হৈ মৃত্যু প্ৰবক্তা ৰাজৰ্ষি কলিতাৰ
দিল্লীত ক’ভিড-19 আক্ৰান্ত হৈ মৃত্যু প্ৰবক্তা ৰাজৰ্ষি কলিতাৰ

গুৱাহাটী,5 মে’: দেশত এতিয়া ভয়াৱহ ৰূপ ধাৰণ কৰিছে ক’ৰণা মহামাৰীয়ে ৷ প্ৰতিদিনে ক’ভিড-19 ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷

তাৰ মাজতে বুধবাৰে নতুন দিল্লী বিশ্ববিদ্যালয়ৰ অধীনষ্ঠ শামলাল মহাবিদ্যালয়ৰ প্ৰবক্তা ৰাজৰ্ষি কলিতাৰ মৃত্যু ঘটে ।‌ ক’ভিড-19 ত আক্ৰান্ত হৈ বুধবাৰে শেষ নিশ্বাস ত্যাগ কৰে জনপ্ৰিয় যুৱ প্ৰবক্তা গৰাকীয়ে । উল্লেখযোগ্য যে, ৰাজৰ্ষি বিশিষ্ট ঔপন্যাসিক অৰূপা পটংগীয়া কলিতাৰ পুত্ৰ ।‌

লগতে পঢ়কঃ কন্যাক অমানৱীয় অত্যাচাৰ চলোৱা পিতৃ আৰক্ষীৰ জালত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.