ETV Bharat / state

কিয় প্ৰতিবাদত নামিল কটনিয়ান !

author img

By

Published : Nov 20, 2019, 5:53 PM IST

বুধবাৰে এই বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদত নামিল কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী ৷ বিশ্ববিদ্যালয়ৰ সন্মুখত মানৱ শৃংখলৰে এই বিধেয়কৰ তীব্ৰ প্ৰতিবাদ কৰে কটনিয়ানসকেল ৷

কিয় প্ৰতিবাদত নামিল কটনিয়ান !

গুৱাহাটী, 20 নৱেম্বৰঃ ৰাজ্যজুৰি পুনৰ নাগৰিকত্ব সংশোধনী বিধেয়ক চমুকৈ CAB ৰ বিৰুদ্ধে গঢ়ি উঠিছে ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৷ বিজেপি চৰকাৰে সংসদৰ শীতকালীন অধিবেশনত এই বিধেয়ক গৃহীত কৰিব বুলি ঘোষণা কৰাৰ পাছতেই সমগ্ৰ উত্তৰ-পূৱত জাঙুৰ খাই উঠিছে বিভিন্ন দল-সংগঠন ৷ যাৰ পৰিপ্ৰেক্ষিতত বুধবাৰে এই বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদত নামিল কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল ৷ বিশ্ববিদ্যালয়ৰ সন্মুখত মানৱ শৃংখলৰে এই বিধেয়কৰ তীব্ৰ প্ৰতিবাদ কৰে কটনিয়ানসকেল ৷ হাতে হাতে প্লেকাৰ্ড লৈ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে ছাত্ৰ-ছাত্ৰীসকলে ৷ এই বিধেয়ক গৃহীত হ'লে উত্তৰ-পূৱৰ জন গাঁঠনিলৈ ঋণাত্মক ভাবুকি আহিব বুলি মন্তব্য কৰে ছাত্ৰ ছাত্ৰীসকলে ৷ গতিকে এনে বিধেয়ক কোনোপধ্যে মানি লোৱা নহয় বুলি ক্ষোভ প্ৰকাশ কৰে ছাত্ৰ-ছাত্ৰীসকলে ৷

লগতে চাওকঃমহাৰাষ্ট্ৰত জটিল ৰাজনৈতিক সমীকৰণ, ৰাজ্যসভাত প্ৰতিবেদন দাখিল কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে

Intro:প্ৰতিবাদত নামিল কটন বিশ্ব বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীBody:ৰাজ্যজুৰি পুনৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে গঢ়ি উঠিছে ব্যাপক প্ৰতিবাদী কাৰ্যসুচী ৷ বিজেপি চৰকাৰে সংসদৰ শীতকালিন অধিবেশনত এই বিধেয়ক গৃহীত কৰিব বুলি ঘোষণা কৰাৰ পাছতেই সমগ্ৰ উত্তৰ পূৱত জাঙুৰ খাই উঠিছে দল সংগঠন ৷ বুধবাৰে এই বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদত নামিল কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী ৷ বিশ্ববিদ্যালয়ৰ সন্মুখত মানৱ শৃংখলৰে এই বিধেয়কৰ তীব্ৰ প্ৰতিবাদ কৰে ছাত্ৰ ছাত্ৰীসকলে ৷ হাতে হাতে প্লেকাৰ্ড লৈ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে ছাত্ৰ সমাজে ৷ এই বিধেয়ক গৃহীত হলে উত্তৰ পূৱৰ জন গাঁঠনিলৈ ঋনাত্মক ভাবুকি আহিব বুলি মন্তব্য কৰে ছাত্ৰ ছাত্ৰীসকলে ৷ গতিকে এনে বিধেয়ক আমি মানি নলওঁ বুলি ক্ষোভ প্ৰকাশ কৰে ৷Conclusion:লিপিকা ডেকা,গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.