ETV Bharat / state

ৰাজ্যত কৰ'ণা ভাইৰাছ আক্ৰান্তৰ সংখ্যা 856 গৰাকীলৈ বৃদ্ধি

author img

By

Published : May 28, 2020, 8:02 AM IST

Updated : May 28, 2020, 6:57 PM IST

ৰাজ্যত কৰ'ণা ভাইৰাছ আক্ৰান্তৰ সংখ্যা 856 গৰাকীলৈ বৃদ্ধি ৷ মৃতকৰ সংখ্যা 4 গৰাকী ৷

Coronavirus cases reached to 856 in Assam
ৰাজ্যত কৰ'ণা ভাইৰাছ আক্ৰান্তৰ সংখ্যা 856 গৰাকীলৈ বৃদ্ধি

নিউজ ডেস্ক, 28 মে': ৰাজ্যত কৰ'ণা ভাইৰাছ আক্ৰান্তৰ সংখ্যা 856 গৰাকীলৈ বৃদ্ধি হৈছে ৷ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰৰ জৰিয়তে প্ৰকাশ কৰে এই তথ্য ৷

  • 📌Alert ~ 25 new cases of #COVID19+

    13 Kamrup Metro, 4 Cachar, 3 Dhemaji, 3 Barpeta, 2 Kokrajhar

    ↗️Total cases 856
    ↗️Recovered 87
    ↗️Active cases 762
    ↗️Deaths 04

    Update 6.20 pm / May 28 / Day's total as of now 73#AssamCovidCount pic.twitter.com/LVHPpFTOD9

    — Himanta Biswa Sarma (@himantabiswa) May 28, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

আনহাতে, বৰ্তমান ৰাজ্যত সক্ৰিয় ঘটনা 762 টা হোৱাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে 87 জন লোক ৷ আনহাতে, মৃতকৰ সংখ্যা 4 জন ৷

Last Updated : May 28, 2020, 6:57 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.