ETV Bharat / state

ৰাজ্যত কৰ'ণা ভাইৰাছ আক্ৰান্তৰ সংখ্যা 210 জন - Coronavirus cases increase to 210

ৰাজ্যত কৰ'ণা ভাইৰাছ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই 210 জন হৈছেগৈ ৷ আনহাতে মৃত্যু হৈছে 4 জন লোকৰ ৷

ৰাজ্যত কৰ'ণা ভাইৰাছ আক্ৰান্তৰ সংখ্যা 210 জন

author img

By

Published : May 21, 2020, 7:53 AM IST

Updated : May 22, 2020, 7:36 AM IST

নিউজ ডেস্ক, 21 মে': ৰাজ্যত কৰ'ণা ভাইৰাছ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই 210 জন হৈছেগৈ ৷ টুইটাৰৰ জৰিয়তে আক্ৰান্ত হোৱা লোকৰ তথ্য প্ৰদান কৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

  • 📌Alert ~ 7 persons at Zonal Quarantine Centre at Tezpur Univ test #COVID19 +

    5 are from Sonitpur, 2 from Lakhimpur.

    ↗️Total cases 210
    ↗️Recovered 54
    ↗️Active cases 149
    ↗️Deaths 04
    ↗️Migrated 03

    Update 10.00 pm / May 21#AssamCovidCount pic.twitter.com/neBminufgS

    — Himanta Biswa Sarma (@himantabiswa) May 21, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

ৰাজ্যত সক্ৰিয় ঘটনা 149 টা হোৱাৰ বিপৰীতে 54 জন লোকে আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে ৷ আনহাতে মৃত্যু হৈছে 4 জন লোকৰ ৷ নতুনকৈ আক্ৰান্ত হোৱা লোকসকলৰ ভিতৰত 3 গৰাকী কোকৰাঝাৰৰ, 2গৰাকী শিৱসাগৰ আৰু 2গৰাকী ধুবুৰীৰ আৰু এগৰাকী ডিব্ৰুগড়ৰ, সৰুসজাই কোৱাৰেন্টাইন কেন্দ্ৰৰ 4গৰাকী আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ কোৱাৰেন্টাইন কেন্দ্ৰত 7গৰাকী পুুনৰ কোভিড-19ত আক্ৰান্ত হৈছে ৷ ইয়াৰে 5 গৰাকী শোণিতপুৰৰ আৰু দুগৰাকী লখিমপুৰৰ বুলি টুইটযোগে প্ৰকাশ কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

Last Updated : May 22, 2020, 7:36 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.