ETV Bharat / state

COVID-19: বদৰুদ্দিন "নিগেটিভ",চিৰাজুদ্দিন "পজিটিভ" - corona report

কৰ'ণাত আক্ৰান্ত নহ'লেও বদৰুদ্দিন আজমল অসুস্থ হৈ নিজা বাসগৃহতে চিকিৎসাধীন হৈ আছে ৷ আনহাতে COVID আক্ৰান্ত হৈ মুম্বাইৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন হৈ আছে চিৰাজুদ্দিন আজমল ।

বদৰুদ্দিন "নিগেটিভ", চিৰাজুদ্দিন "পজিটিভ"

author img

By

Published : Jul 11, 2020, 3:45 PM IST

গুৱাহাটী, ১১ জুলাইঃ বদৰুদ্দিন আজমলৰ শুভাকাংশী তথা অনুৰাগী সকললৈ সুখবৰ ৷ কৰ'ণা হোৱা নাই সাংসদ বদৰুদ্দিন আজমলৰ ৷ উল্লেখ্য যে, 4 জুলাইত সাংসদ গৰাকীৰ স্বাৱ পৰীক্ষা কৰা হৈছিল,তাৰ ফলাফল নিগেটিভ আহে ৷

বদৰুদ্দিন আজমলৰ COVID ৰিপৰ্ট
বদৰুদ্দিন আজমলৰ COVID ৰিপৰ্ট

ইপিনে তিনিদিন পূৰ্ৱে স্বাৱ পৰীক্ষা কৰা বৰপেটা সমষ্টিৰ প্ৰাক্তন সাংসদ,যমুনামুখ সমষ্টিৰ প্ৰাক্তন বিধায়ক চিৰাজুদ্দিন আজমলৰ দেহত ধৰা পৰিছে COVID-19 ৷ সম্প্ৰতি মুম্বাইৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন হৈ আছে চিৰাজুদ্দিন আজমল ।

badaruddin ajmal
কৰ'ণা পজিটিভ চিৰাজুদ্দিন আজমল

উল্লেখ্যনীয় কথাটো হ'ল যে, কৰ'ণা ভাইৰাছ ধৰা নপৰিলেও এ আই ইউ ডি এফৰ মুৰব্বী তথা ধুবুৰীৰ সাংসদ বৰদৰুদ্দিন আজমলৰ গুৰুতৰভাৱে অসুস্থ হৈ আছে ৷ তেজত শৰ্কৰাৰ পৰিমাণ অতিমাত্ৰা বাঢ়ি গৈছে আজমলৰ ৷ বৰ্তমান তেওঁ মুম্বাইৰ নিজা বাসগৃহতে চিকিৎসাধীন হৈ আছে ৷

লগতে পঢ়কঃ অৰুণাচলত সংঘৰ্ষত লিপ্ত আছাম ৰাইফলছ আৰু এনএছচিএন (আইএম)

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.