ETV Bharat / state

জনতা ভৱনৰ চৌহদত উদযাপন সংবিধান দিৱস

author img

By

Published : Nov 26, 2019, 5:20 PM IST

মঙলবাৰে দেশজুৰি উদযাপন কৰা হয় সংবিধান দিৱস ৷ সাংসদত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণৰ পিছতে জনতা ভৱনত ভাষণ প্ৰদান কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ ভাষণৰ আৰম্ভণিতে জনতা ভৱনৰ কৰ্মচাৰী বিষয়াসকলৰ লগতে সভাত উপস্থিত সকলো লোককে শপত বাক্য পাঠ কৰায় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

Constitution Day Celebrated at Janata Bhawan Guwahati
জনতা ভৱনৰ চৌহদত উদযাপন সংবিধান দিৱস

গুৱাহাটী, 26 নৱেম্বৰঃ আজি সংবিধান দিৱস ৷ 1949 চনৰ 26 নৱেম্বৰৰ দিনটোতেই ভাৰতীয় সংবিধান সভাই ভাৰতীয় সংবিধানখন আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিছিল ৷ 2015 চনৰ আজিৰ তাৰিখতে এই দিনটোক সংবিধান দিৱস হিচাপে পালন কৰাৰ সংকল্পৰ কথা ঘোষণা কৰিছিল প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ সেই উদ্দেশ্যে মঙলবাৰে দেশজুৰি উদযাপন কৰা হয় সংবিধান দিৱস ৷ সাংসদত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণৰ পিছতে জনতা ভৱনত ভাষণ প্ৰদান কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

জনতা ভৱনত সংবিধান দিৱস উদযাপন

উল্লেখ্য যে,ভাষণৰ আৰম্ভণিতে জনতা ভৱনৰ কৰ্মচাৰী,বিষয়াসকলৰ লগতে সভাত উপস্থিত সকলো লোককে শপত বাক্য পাঠ কৰায় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ দেশৰ প্ৰতিজন নাগৰিকে দেশৰ সংবিধানৰ প্ৰতি শ্ৰদ্ধা আৰু সন্মান ৰাখি সকলো লোককে নিজৰ অধিকাৰৰ লগতে কৰ্তব্যৰ প্ৰতি সজাগ হ’বলৈ আহ্বান জনায় ৷ জনতা ভৱনত অনুষ্ঠিত সংবিধান দিৱসৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে উপস্থিত থাকে বিধায়ক নুমল মমিন,বিধায়ক প্ৰশান্ত ফুকন,মুখ্য আয়ুক্ত আলোক কুমাৰ,আয়ুক্ত অংগ মথুৰ লগতে বিভিন্ন বিভাগৰ আয়ুক্ত আৰু সঞ্চালকসকল ৷

লগতে পঢ়কঃ ছাৰে ঘৰত থাকি ভাল পায়: ৰেজিষ্টাৰ বহী হোম ডেলিভাৰী দিয়ে ছাত্ৰই

Intro:মঙ্গলবাৰে জনতা ভৱনৰ চৌহদত সংবিধান দিৱস পালন কৰা হয় । সংসদত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণৰ পিছতে ভাষণ প্ৰদান মুখ্যমন্ত্ৰী সোণোৱালৰ । ভাষণৰ আৰম্ভণিতে শপত বাক্য পাঠ কৰাই জনতা ভৱনৰ কৰ্মচাৰী বিষয়া সকলৰ লগে সভাত উপস্থিত লোক সকলক । লগতে মুখ্য মন্ত্ৰী গৰাকীৰ আহ্বান দেশৰ প্ৰতিজন নাগৰিকে দেশৰ সংবিধান প্ৰতি শ্ৰদ্ধা আৰু সন্মান কৰি নিজৰ কৰ্তব্য আৰু অধিকাৰ প্ৰতি সজাগ হব লাগে । এই সংবিধান দিৱসৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল , বিধায়ক নুমল মমিন , বিধায়ক প্ৰশান্ত ফুকন , মুখ্য আয়ুক্ত আলোক কুমাৰ , আয়ুক্ত অংগ মথুৰ লীগতে বিভিন্ন বিভাগৰ আয়ুক্ত আৰু সঞ্চালক সকল উপস্থিত থাকে ।
Body:আজি সংবিধান দিৱস। ১৯৪৯ চনৰ ২৬ নৱেম্বৰৰ দিনটোতে ভাৰতৰ সংবিধানখন Constituent Assembly of India ই আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা হৈছিল । এই সোঁৱৰণতে আজিৰ দিনটোত সংবিধান দিৱস হিচাপে পালন কৰা হয়। Conclusion:২০১৫ চনৰ আজিৰ তাৰিখতে এই দিনটোক সংবিধান দিৱস বা constitution day হিচাপে পালন কৰাৰ সংকল্পৰ কথা ঘোষণা কৰিছিল প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ভাৰতৰ সংবিধানখন ১৯৪৯ চনৰ ২৬ নম্বৱেৰত গ্ৰহণ কৰাৰ দুমাহৰ পিছত ১৯৫০ চনৰ ২৬ জানুৱাৰিৰ পৰা ইয়াক কাৰ্য্যকৰী কৰা হয়।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.