গুৱাহাটী,4 মে'ঃ লক্ ডাউনৰ ফলত দেশৰ বিভিন্ন প্ৰান্তত আৱদ্ধ শ্ৰমিকসকলক চৰকাৰে ঘূৰাই অনাৰ ব্যৱস্থা কৰিছে । কিন্তু শ্ৰমিকসকলৰ টিকটৰ মূল্য ৰেহাই দিয়া নাই চৰকাৰে । ৰে'লযোগে নিজ গৃহ জিলালৈ ঘূৰি আহিলেও ভৰিব লাগিব ভাড়া। কিন্তু লক্ ডাউনৰ বাবে দৰিদ্ৰ শ্ৰমিকসকল আৰ্থিকভাৱে যথেষ্ট পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে । এনে দুৰ্দশাগ্ৰস্ত শ্ৰমিকসকলক সহায়ৰ বাবে আগবাঢ়ি আহিছে কংগ্ৰেছ দল ।
-
Congress President Smt. Sonia Gandhi's heartfelt message on the safe return of all migrant workers & labourers to their homes and the Party's resolve to ensure the same. #CongressForIndia pic.twitter.com/ZZt0VBQWPl
— Congress (@INCIndia) May 4, 2020 " class="align-text-top noRightClick twitterSection" data="
">Congress President Smt. Sonia Gandhi's heartfelt message on the safe return of all migrant workers & labourers to their homes and the Party's resolve to ensure the same. #CongressForIndia pic.twitter.com/ZZt0VBQWPl
— Congress (@INCIndia) May 4, 2020Congress President Smt. Sonia Gandhi's heartfelt message on the safe return of all migrant workers & labourers to their homes and the Party's resolve to ensure the same. #CongressForIndia pic.twitter.com/ZZt0VBQWPl
— Congress (@INCIndia) May 4, 2020
কংগ্ৰেছ দলে শ্ৰমিকৰ টিকটৰ মূল্য বহন কৰিব বুলি উল্লেখ কৰিছে কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীয়ে । ছোনিয়া গান্ধীৰ এই সিন্ধান্তক আদৰণি জনাইছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে । লগতে নিজেও শ্ৰমিকসকলক যৎপৰোনাস্তি সহায় কৰিব বুলি জানিবলৈ দিয়ে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ।