গুৱাহাটী,১৭ এপ্ৰিলঃ গুৱাহাটীৰ বিভিন্ন স্থানত বিধ্বংসী ধুমুহাত বিস্তৰ ক্ষতি সাধন । ঘৰ-দুৱাৰৰ লগতে ভাঙি পৰে প্ৰকাণ্ড গছ।পুৱতি নিশা বিধ্বংসী ধুমুহাৰ ফলত দক্ষিণ কামৰূপৰ ভিন্ন ঠাইত বিদ্যুৎৰ তাঁৰ চিঙি যোৱাৰ ফলত বৰ্তমানেও দক্ষিণ কামৰূপত ব্যাহত হৈ আছে বিদ্যুৎ যোগান সেৱা। জানিব পৰা ম'তে দক্ষিণ কামৰূপৰ ভিতৰুৱা অঞ্চল সমূহত ধুমুহা বতাহে বহুতো ক্ষতিসাধন কৰে। দক্ষিণ কামৰূপৰ আজাৰা,বঙৰা,মিৰ্জা,ছয়গাঁওৰ লগতে বিভিন্ন ঠাইত গছ উভালি পৰাৰ লগতে দোকান-পোহাৰৰো বিস্তৰ ক্ষতিসাধন কৰে।
কামৰূপত বিধ্বংসী ধুমুহাত বিস্তৰ ক্ষতি সাধন - বিধ্বংসী ধুমুহা
বিধ্বংসী ধুমুহাৰ ফলত দক্ষিণ কামৰূপৰ ভিন্ন ঠাইত বিদ্যুতৰ তাঁৰ চিঙি যোৱাৰ ফলত বৰ্তমানেও দক্ষিণ কামৰূপত ব্যাহত হৈ আছে বিদ্যুৎ সেৱা
![কামৰূপত বিধ্বংসী ধুমুহাত বিস্তৰ ক্ষতি সাধন](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-3025276-thumbnail-3x2-guwahati.jpg?imwidth=3840)
কামৰূপত বিধ্বংসী ধুমুহাত বিস্তৰ ক্ষতি সাধন
গুৱাহাটী,১৭ এপ্ৰিলঃ গুৱাহাটীৰ বিভিন্ন স্থানত বিধ্বংসী ধুমুহাত বিস্তৰ ক্ষতি সাধন । ঘৰ-দুৱাৰৰ লগতে ভাঙি পৰে প্ৰকাণ্ড গছ।পুৱতি নিশা বিধ্বংসী ধুমুহাৰ ফলত দক্ষিণ কামৰূপৰ ভিন্ন ঠাইত বিদ্যুৎৰ তাঁৰ চিঙি যোৱাৰ ফলত বৰ্তমানেও দক্ষিণ কামৰূপত ব্যাহত হৈ আছে বিদ্যুৎ যোগান সেৱা। জানিব পৰা ম'তে দক্ষিণ কামৰূপৰ ভিতৰুৱা অঞ্চল সমূহত ধুমুহা বতাহে বহুতো ক্ষতিসাধন কৰে। দক্ষিণ কামৰূপৰ আজাৰা,বঙৰা,মিৰ্জা,ছয়গাঁওৰ লগতে বিভিন্ন ঠাইত গছ উভালি পৰাৰ লগতে দোকান-পোহাৰৰো বিস্তৰ ক্ষতিসাধন কৰে।
কামৰূপত বিধ্বংসী ধুমুহাত বিস্তৰ ক্ষতি সাধন
কামৰূপত বিধ্বংসী ধুমুহাত বিস্তৰ ক্ষতি সাধন
Slug:-A_Kam_Strom_Destroyed_801-806_vis+bite+Photo_Ajay_Das
পুৱতি নিশা অহা প্ৰচণ্ড ধুমুহাৰ ফলত দক্ষিণ কামৰূপত বিস্তৰ ক্ষতি ।
Ocvo..দক্ষিণ কামৰূপত পুৱতি নিশা বিধ্বংশী ধুমুহা বতাহ । পুৱতি নিশা প্ৰায় ৩ বজাত অহা প্ৰচণ্ড ধুমুহাই দক্ষিণ কামৰূপৰ আজাৰা,বঙৰা,মিৰ্জা,ছয়গাওৰ লগতে বিভিন্ন ঠাইত চলাই তাণ্ডৱ । বঙৰা,মিৰ্জা আদিত বতাহে গছ ভাঙি পেলোৱাৰ লগতে দোকান-পোহাৰৰো বিস্তৰ ক্ষতিসাধন কৰে । আনহাতে ধুমুহাই বতাহৰ ফলত দক্ষিণ কামৰূপৰ ভিন্ন ঠাইত বিদ্যুৎৰ তাৰ চিঙি যোৱাত ফলত বৰ্তমানেও দক্ষিণ কামৰূপত ব্যাহত হৈ আছে বিদ্যুৎ যোগান সেৱা । জানিব পৰা ম'তে দক্ষিণ কামৰূপৰ ভিতৰুৱা অঞ্চল সমুহত ধুমুহা বতাহে বহুতো ক্ষতিসাধন কৰে ।
Bite..স্থানীয় লোক ।
দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam