ETV Bharat / state

কৰ'ণা ৰোগীক নহয় ৰোগক ঘৃণ কৰকঃ মুখ্যমন্ত্ৰী - মাস্ক উৎপাদন কেন্দ্ৰ পৰিদৰ্শন কৰে ৷

বৃহস্পতিবাৰে চন্দ্ৰপুৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে মন্ত্ৰী নৱ কুমাৰ দলে এক অনুষ্ঠানত উপস্থিত হৈ অসমী মাস্ক উৎপাদন কেন্দ্ৰ পৰিদৰ্শন কৰে ৷ লগতে সকলোকে দেশৰ এই জটিল সময়ত একত্ৰিত হৈ সামাজিক দূৰত্ব বজাই স্বাস্থ্য বিধি মানি চলিবলৈ আহ্বান জনাই ৷

CM Visit to chandrapur asomi mask centre
কৰ'ণা ৰোগীক নহয় ৰোগক ঘৃণ কৰকঃমুখ্যমন্ত্ৰী
author img

By

Published : May 14, 2020, 4:11 PM IST

গুৱাহাটী, 14 মে' : বৃহস্পতিবাৰে চন্দ্ৰপুৰৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ এক অনুষ্ঠানত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী নৱ কুমাৰ দলে ৷ কামৰূপ মহানগৰ জিলা আৰু চন্দ্ৰপুৰ খণ্ড অভিযান পৰিচালনা গোটৰ অন্তৰ্গত আত্ম সহায়ক গোট "অসমী মাস্ক উৎপাদন কেন্দ্ৰত" উপস্থিত হৈ মুখ্যমন্ত্ৰী গৰাকীয়ে মাস্ক উৎপাদন কেন্দ্ৰ পৰিদৰ্শন কৰে ৷

পৰিদৰ্শন অন্তত মুখ্যমন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমৰ আগত কৰ'ণা আতংকৰ সময়ত দেশৰ ভিন্ন প্ৰান্তৰ পৰা অসমলৈ অহা যাত্ৰী সকলক স্বাস্থ্য বিভাগৰ সকলো নীতি-নিয়ম মানি চলিবলৈ আহ্বান জনাই ৷ লগতে, কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে অসমৰ ৰাইজক দৃঢ়তাৰে যুজঁ দিবলৈ আহ্বান জনায় ।

কৰ'ণা ৰোগীক নহয় ৰোগক ঘৃণ কৰকঃমুখ্যমন্ত্ৰী

আনহাতে, কৰ'ণাৰ সময়ত ৰাইজক আতংকিত নহ'বলৈ অনুৰোধ কৰাৰ লগতে সকলোকে সামাজিক দুৰত্ব মানি ৰাইজক এই ৰোগৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

লগতে পঢ়ক : আলু গুদামৰ পৰা 15 গৰাকী ব্যক্তিলৈ সংক্ৰমণ হৈছিল COVID-19

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.