ETV Bharat / state

ৰাজ্য়ৰ উপায়ুক্ত-আৰক্ষী অধীক্ষকৰে সৈতে মুখ্যমন্ত্ৰীৰ ভিডিঅ' কনফাৰেঞ্চ

সোমবাৰে ৰাজ্যৰ সকলো জিলাৰ আৰক্ষী অধীক্ষক আৰু উপায়ুক্ত সৈতে ভিডিঅ' কনফাৰেঞ্চত ভাগ লয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ সাম্প্ৰতিক সময়ত ৰাজ্যত কৰ'ণা ভাইৰাছৰ প্ৰতিৰোধ আৰু সজাগতাৰ বিষয়ে ভিডিঅ' কনফাৰেঞ্চযোগে বুজ লয় মুখ্যমন্ত্ৰীয়ে ৷

author img

By

Published : Mar 23, 2020, 7:12 PM IST

গুৱাহাটী
ৰাজ্য়ৰ উপায়ুক্ত-আৰক্ষী অধীক্ষকৰে সৈতে মুখ্যমন্ত্ৰীৰ ভিডিঅ' কনফাৰেঞ্চ

গুৱাহাটী, ২৩ মাৰ্চঃ ৰাজ্যৰ সকলো জিলাৰ আৰক্ষী অধীক্ষক আৰু উপায়ুক্তৰ সৈতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সোমবাৰে দিছপুৰৰ পৰাই ভিডিঅ' কনফাৰেঞ্চত ভাগ লৈ কৰ'ণা প্ৰতিৰোধ আৰু সজাগতা সন্দৰ্ভত বুজ লয় । কোনো ক্ষেত্ৰতে যাতে কতো ত্ৰুটি ৰৈ যাব নোৱাৰে তাৰ বাবে ব্যৱস্থা ল'বলৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

লগতে ল'ক ডাউনৰ সময়ত জনসাধাৰণৰ যাতে কোনোধৰণৰ অসুবিধা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি অত্যাৱশ্যকীয় সেৱা সমূহ চলাই ৰাখিবলৈও মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে ।

আৰু পঢ়কঃ লক ডাউনৰ বাতৰিৰ পাচতেই আতংকময় পৰিৱেশ ধুবুৰীত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.