ETV Bharat / state

জনতা কাৰ্ফিউ সাফল্যমণ্ডিত কৰাৰ আহ্বান মুখ্যমন্ত্ৰীৰ

author img

By

Published : Mar 21, 2020, 5:52 PM IST

Updated : Mar 21, 2020, 6:07 PM IST

'জনতা কাৰ্ফিউ' সন্দৰ্ভত মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷ নিজৰ লগতে দেশবাসীক কৰ'ণা ভাইৰাছৰ পৰা মুক্ত কৰিবলৈ 'জনতা কাৰ্ফিউ' সফল কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰী সোণোৱালৰ ৷

সৰ্বানন্দ সোণোৱাল
জনতা কাৰ্ফিউ সাফল্যমণ্ডিত কৰাৰ আহ্বান মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

গুৱাহাটী, 21 মাৰ্চঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আহ্বান জনোৱা 'জনতা কাৰ্ফিউ' সন্দৰ্ভত মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ । নিজৰ লগতে দেশবাসীক কৰ'ণা ভাইৰাছৰ পৰা মুক্ত কৰিবলৈ এই সাধ্য আইন সফল কৰিবৰ বাবে আহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে । অতি জৰুৰী নহ'লে ঘৰৰ বাহিৰলৈ নাহিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰী সোণোৱালে । কৰ'ণা ভাইৰাছৰ সৈতে যুঁজিবলৈ সজাগ আৰু সচেতন হৈ থকাটো অতিশয় জৰুৰী বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । ঘৰতে বহি জৰুৰীকালীন সেৱাত জড়িত সকলক উৎসাহ যোগোৱাবলৈ ৰাইজলৈ আহ্বান মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ । লগতে পৰিস্কাৰ পৰিচন্নতাৰ ওপৰত বিশেষ গুৰুত্ব দিবলৈও আহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে ।

জনতা কাৰ্ফিউ সাফল্যমণ্ডিত কৰাৰ আহ্বান মুখ্যমন্ত্ৰীৰ

আৰু পঢ়কঃ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Last Updated : Mar 21, 2020, 6:07 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.