ETV Bharat / state

আসন্ন উপ নিৰ্বাচনক লৈ আত্মবিশ্বাসী মুখ্যমন্ত্ৰী সোণোৱাল - Dispur news

অসমৰ চাৰিটা বিধানসভা সমষ্টিত হ'বলগীয়া আগন্তক উপ নিৰ্বাচনক লৈ আত্মবিশ্বাসী মুখ্যমন্ত্ৰী সোণোৱাল ৷ চাৰিটা সমষ্টিতেই দলে বিপুল জয়লাভ কৰিব বুলি দাবী মুখ্যমন্ত্ৰীগৰাকীৰ ৷

আসন্ন উপ নিৰ্বাচনক লৈ আত্মবিশ্বাসী মুখ্যমন্ত্ৰী সোণোৱাল
author img

By

Published : Sep 21, 2019, 5:23 PM IST

গুৱাহাটী, 21 ছেপ্টেম্বৰঃ দেশৰ 64 টা সমষ্টিত বিধানসভাৰ আগন্তক উপ-নিৰ্বাচনৰ বাবে নিৰ্বাচন আয়োগে অধিসূচনা প্ৰকাশ কৰা পাছতেই অসমতো নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে সকলো ৰাজনৈতিক দল ৷ অসমত 4 টা বিধানসভা সমষ্টিত হবলগীয়া উপ-নিৰ্বাচনক লৈ ভাৰতীয় জনতা পাৰ্টীৰ সম্পূৰ্ণ প্ৰস্তুতিৰ ইংগিত ব্যক্ত কৰিলে স্বয়ং মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ দিছপুৰত সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত অসমৰ চাৰিওটা সমষ্টিতেই বিজেপিয়ৰ প্ৰাৰ্থীয়ে বিপুল জয়লাভ কৰিব বুলি মন্তব্য প্ৰকাশ কৰে ৷ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনে বিগত দিনবোৰত কৰা জনহিতকৰ কামৰ প্ৰতিদান হিচাবে উন্নয়নৰ স্বাৰ্থত ৰাইজে বিজেপিক ভোটদান কৰিব বুলি আশা ব্যক্ত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ উল্লেখ্য যে ৰাজ্যখনৰ ৰাতাবাৰী, সোণাৰি, ৰঙাপৰা আৰু জনিয়া বিধানসভা সমষ্টিত আগন্তক উপ-নিৰ্বাচন অনুষ্ঠিত হ'ব ৷

Intro:উপ নিৰ্বাচনৰ সন্দৰ্ভত CM ৰ মন্তব্য--

আমি 4 টা বিধানসভা সমষ্টিতে প্ৰতিদ্বন্দিতা কৰিম ।। আমি প্ৰস্তুত আছো ।। 4 টা সমষ্টিতে আমি জয়লাভ কৰিম ।। জনহিতকৰ কাম কৰাৰ কাৰণে আমাক ৰাইজে ভোট দিব ।।Body:উপ নিৰ্বাচনৰ সন্দৰ্ভত CM ৰ মন্তব্য--

আমি 4 টা বিধানসভা সমষ্টিতে প্ৰতিদ্বন্দিতা কৰিম ।। আমি প্ৰস্তুত আছো ।। 4 টা সমষ্টিতে আমি জয়লাভ কৰিম ।। জনহিতকৰ কাম কৰাৰ কাৰণে আমাক ৰাইজে ভোট দিব ।।Conclusion:উপ নিৰ্বাচনৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য--

আমি 4 টা বিধানসভা সমষ্টিতে প্ৰতিদ্বন্দিতা কৰিম ।। আমি প্ৰস্তুত আছো ।। 4 টা সমষ্টিতে আমি জয়লাভ কৰিম ।। জনহিতকৰ কাম কৰাৰ কাৰণে আমাক ৰাইজে ভোট দিব ।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.