ETV Bharat / state

গুৱাহাটীত বন্ধ চিটী বাছৰ চলাচল - হেণ্ডিমেন

অব্যাহত আছে পৰিবহণ বিভাগ আৰু চিটিবাছ চালকৰ সংঘাত । পৰিবহণ নিগমে দিয়া নিৰ্দেশনা নামানে চালকসকলে।

চিটিবাছ চালকৰ প্ৰতিবাদ
author img

By

Published : Mar 6, 2019, 12:53 PM IST

গুৱাহাটী, ৬ মাৰ্চ : অব্যাহত আছে পৰিবহণ বিভাগ আৰু চিটিবাছ চালকৰ সংঘাত । যাৰ বাবে অনিৰ্দিষ্টকাললৈ চিটি বাছৰ চলাচল বন্ধ ৰাখিছে চালক-হেণ্ডিমেনসকলে ।

ফলত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে মহানগৰীৰ চিটি বাছৰ যাত্ৰীসকল । চিটী বাছৰ চলাচল বন্ধ থকাত যাতায়তৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে ছাত্ৰ-ছাত্ৰীৰ লগতে সাধাৰণ ৰাইজ। ইপিনে কৰ্তৃপক্ষই হকে বিহকে জৰিমনা বিহাৰ কাৰ্য বন্ধ কৰাৰ লগতে ঠায়ে ঠায়ে বাছ আস্থান নিৰ্মাণৰ দাবী জনাইছে চিটী বাছৰ কৰ্মচাৰীসকলে।

Slug: A_GHY_6MAR_801_CITY BUS BANDHA_HIRUL HAQUE

মহানগৰীত জালুকবাৰী, আদাবাৰী, মালিগাঁৱত যাত্ৰীৰ অভাৱনীয়। পৰিবহন বিভাগ আৰু চিটিবাছ চালকৰ সংঘাট তুংগত। যাৰ বাবে চিটি অনিৰ্দিষ্টকাললৈ বন্ধ ৰাখি চিটি বাছ চালক-হেণ্ডিমেনে। পৰিবহন নিগমে দিয়া নিৰ্দেশনা নামানে চালকসকলে। ঠায়ে ঠায়ে বাছ আস্থান বনোৱাৰ দাবী চালকসকলৰ। তাৰোপৰি হোমগাৰ্ডেও চিটিবাছৰ জৰিমনা বিহাৰ অভিযোগ চিটিবাছ চালকৰ। এই কাৰ্য বন্ধ কৰিবলৈ দাবী জনাই চিটি বাছ চালকে। ইফালে চিটিবাছ চালক আৰু পৰিবহন বিভাগৰ সংঘাতত পনবন্দী সাধাৰণ জনতা। যাত্ৰীবাহী বাছৰ অভাৱত ঘন্টা ঘন্টা ধৰি বোন্দাপৰ যাত্ৰীসকলৰ। স্কুল কলেজ, অফিচলৈ বুলি ওলাই আহি এনেদৰেই আৱদ্ধ হৈ পৰিছে লোকসকল। পৰিবহন নিগমৰ বাছ চলিল যদিও সেই বাছসমূহত থিয় হ'বলৈও নাই ঠাই।

Visual-FTP
(Hirul Haque/Guwahati) 
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.