ETV Bharat / state

Child Missing in Guwahati : গুৱাহাটীত নিৰুদ্দেশ চাৰি বছৰীয়া কন্যা শিশু

author img

By

Published : Dec 11, 2022, 8:04 PM IST

মহানগৰীৰ মালিগাঁৱত শিশু নিৰুদ্দেশৰ ঘটনা ৷ ঘৰৰ দুৱাৰ মুখৰ পৰা নিৰুদ্দেশ ৪ বছৰীয়া কন্যা শিশু (Child Missing in Guwahati)৷

Child Missing in Guwahati
গুৱাহাটীত নিৰুদ্দেশ চাৰি বছৰীয়া কন্যা শিশু

  • মহানগৰীৰ মালিগাঁৱত শিশু নিৰুদ্দেশৰ ঘটনা (Child girl missing at Maligaon)
  • ঘৰৰ দুৱাৰমুখৰ পৰা নিৰুদ্দেশ ৪ বছৰীয়া কন্যা শিশু
  • মালিগাঁৱৰ আদৰ্শ কলনীত সংঘটিত হৈছে এই ঘটনা (Child Missing in Guwahati)
  • কাপোৰ বিক্ৰী কৰিবলৈ আহা এজন লোক ঘূৰি যোৱাৰ পাছৰে পৰা নিৰুদ্দেশ হৈ আছে শিশুটি
  • শিশুটিৰ সন্ধানত গুৱাহাটীৰ চৌদিশে এতিয়া চলিছে আৰক্ষীৰ অভিযান
  • স্নিফাৰ ডগ লৈ আৰক্ষীয়ে তালাচী চলাইছে যদিও এই পৰ্যন্ত সন্ধান লাভ কৰা নাই শিশুটিৰ
  • শনিবাৰে বিয়লি প্ৰায় ৩.৩০ সংঘটিত হয় এই ঘটনা
  • ঘৰৰ দুৱাৰমুখত খেলি আছিল শিশুটিয়ে
  • মালিগাওঁ আৰক্ষী চকীত শিশুটিৰ পৰিয়ালে ইতিমধ্যে দাখিল কৰিছে এজাহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.