ETV Bharat / state

খিলঞ্জীয়াৰ নামতে থাকিব অসমৰ ভূমিঃ চন্দ্ৰমোহন পাটোৱাৰী - মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী সংবাদমেল

"অসমীয়া ভাষা কেতিয়াও বিনষ্ট হ'ব নিদিও ৷ অসমীয়া ভাষা সদায় চিৰ চেনেহী হৈ থাকিব ৷ এই মন্তব্য চন্দ্ৰমোহন পাটোৱাৰীৰ ৷ অসমৰ মাটি হস্তান্তৰ হ'ব নোৱাৰাকৈ ইতিমধ্যে ভূমি নীতি গ্ৰহণ কৰা বুলিও মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ৷

Chandramohan Patowary press meet
ৰাজ্যৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সংবাদমেল
author img

By

Published : Dec 19, 2019, 4:34 AM IST

গুৱাহাটী, 18 ডিচেম্বৰ: ৰাজ্যৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সংবাদমেল ৷ সংবাদত মেলত পাটোৱাৰীৰ মন্তব্য কৰে যে, অসমীয়া ভাষা কেতিয়াও বিনষ্ট হ'ব নিদিও ৷ অসমীয়া ভাষা সদায় চিৰ চেনেহী হৈ থাকিব ৷ ইতিমধ্যে ভূমি নীতি গ্ৰহণ কৰা হৈছে আৰু এই ভূমি নীতি অনুসৰি অসমৰ মাটি হস্তান্তৰ হ'ব নোৱাৰে ৷ খিলঞ্জীয়াৰ নামতে থাকিব অসমৰ ভূমি ৷

ৰাজ্যৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সংবাদমেল

ইয়াৰ লগতে তেওঁ কয় যে, কিছুমান অশুভ শক্তিয়ে অসমত মূৰ দাঙি উঠিছে ৷ আমি হিংসাৰ আশ্ৰয় লোৱা তৃতীয় শক্তিক চিনাক্ত কৰি মিলাপ্ৰীতিৰে থাকিব লাগিব ৷ তৃতীয় বা ৰাজনৈতিক শক্তিৰ ওপৰত চৰকাৰে ব্যৱস্থা ল'ব ৷

আমাৰ উন্নয়নৰ যাত্ৰাত আগন্তুক দিনত নিবনুৱা সকলক সংস্থাপনৰ দিশত আগবঢ়াই নিয়া হ'ব বুলিও কয় মন্ত্ৰী গৰাকীয়ে ৷

তেওঁৰ মতে, তেওঁলোকে কোনো কাম অসমৰ ৰাইজৰ পৰা লুকুৱাই কৰা নাই ৷ আজিও জাতি,মাটি,ভেটি,সংস্কৃতি ৰক্ষাৰ যি প্ৰতিশ্ৰুতি দিছিল তাৰ পৰা তিলমানো তেওঁলোক বিচ্যুত হোৱা নাই ৷

বৰ্তমানেও কোনো কূটাঘাট সংঘটিত হোৱাৰ সম্ভাৱনা থকা বাবেই ইন্টাৰনেট সেৱা কৰ্তন কৰি ৰখা বুলি উল্লেখ মন্ত্ৰী গৰাকীৰ ৷

এই আন্দোলনৰ দ্বাৰা আটাইতকৈ ডাঙৰ ক্ষতি হ'ব নিবনুৱা সকলৰ ৷ কিয়নো তেওঁলোকৰ নিযুক্তিৰ বাবে উদ্যোগবোৰত আহিবলগীয়া যি ব্যয়বোৰ আছিল সেইবোৰ হ্ৰাস পাব ৷

লগতে পঢ়ক- এককালীন সাহায্য সন্দৰ্ভত শিল্পীসমাজৰ মন্তব্য

Intro:ৰাজ্যৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সংবাদমেল
Feed sent through Live UBody:দেশজুৰি 'কা'ক লৈ চৌদিশে তীব্ৰ প্ৰতিবাদ অব্যাহত থকাৰ সময়তে বুধবাৰে উদ্যোগ আৰু বাণিজ্যিক মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীয়ে এক সংবাদ মেলৰ সম্বোধন কৰি কয় যে এই আইনখনে অসমীয়া জাতিৰ কোনো ক্ষতি নকৰে। অসমীয়া জাতিৰ বাবে প্ৰতিবাদ কৰিবলৈ ওলাই অহা প্ৰতিজন লোকৰ আন্দোলনক তেওঁ সন্মান জনাইছে। জাতীয় আন্দোলনৰ চৰিত্ৰ আমাৰ গাত আছে অসমৰ ৰাইজৰ আৱেগক আমি শ্ৰদ্ধা কৰো আছু,AJYCP, সাহিত্য সভাকে ধৰি জাতিৰ হৈ মাত মতা সংগঠন সমূহৰ আন্দোলনক আমি শ্ৰদ্ধা কৰো অসমীয়া ভাষাক আমি বিনষ্ট হ'বলৈ নিদিও পৰহিলৈ কেবিনেটত আমাৰ সিদ্ধান্ত গম পাব ভাষা গৌৰৱৰ যোগেদি প্ৰতিটো জনগোষ্ঠীয় ভাষালৈ ৫০লাখকৈ গৱেষণাৰ বাবে দিব চৰকাৰে এই আইন খনৰ পৰা প্ৰতিজন লোক সুৰক্ষিতভাৱে থাকিব। প্ৰতিবাদৰ নামত গুৱাহাটীত হোৱা হিংসাত্মক ঘটনাৰ বাবে পিপলছ ফ্ৰণ্ট অফ ইণ্ডিয়াৰ অমিনুল হক আৰু মোজাম্মিল হকৰ বিৰুদ্ধে ৰঙিয়াত 1237/19 নম্বৰত গোচৰ ৰুজু কৰা হৈছে বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে। অৱসৰপ্ৰাপ্ত DSP তহিদুৰ ৰহমানৰ ভাড়া ঘৰটোত থাকি হিংসাত্মক কাৰ্য চলাইছিল আমিনুল, মোজাম্মিলহঁতে। অমিনুল হকক কামৰূপ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। বিগত তিনি বছৰ ধৰি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত ৰাজ্যত হোৱা উন্নয়ণৰ যাত্ৰাত হেঙাৰ সৃষ্টি কৰিবলৈ একাংশ উঠিপৰি লাগিছে। হিংসাত্মক ঘটনা চৰকাৰে অকলে ৰোধ কৰিব নোৱাৰে। ৰাইজৰ লগতে সংবাদ মাধ্যমৰ সহায় লাগিব। ৰাজনৈতিক দল আৰু তৃতীয় শক্তিক আমি এৰি নিদিও।Conclusion:Asrar Ansari and Pallav Bora Guwahati

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.