ETV Bharat / state

চাহ উদ্যোগ এতিয়া ফাঁকিত চলি আছেঃ উদ্যোগ মন্ত্ৰীক উভতি ধৰিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে

author img

By

Published : Sep 20, 2019, 11:02 PM IST

ভীষণ সংকটত ৰাজ্যৰ চাহ উদ্যোগ ৷ সেউজীয়া পাতত মূল্য কম পোৱা বাবে চাহ উদ্যোগে সন্মুখীন হৈছে লোকচানৰ ৷ অকপট স্বীকাৰোক্তি উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ৷

চাহ উদ্যোগ এতিয়া ফাঁকিত চলি আছেঃ উদ্যোগ মন্ত্ৰীক উভতি ধৰিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে

গুৱাহাটী, 20 ছেপ্টেম্বৰঃ তিনি বছৰীয়া শাসন কালত ৰাজ্যৰ চাহ উদ্যোগ শক্তিশালী কৰাত ব্যৰ্থ ৰাজ্য চৰকাৰ ৷ ৰাজ্যৰ চাহ উদ্যোগ এতিয়া ভীষণ সংকটত ৷ এই অকপট স্বীকাৰোক্তি অসম চৰকাৰৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ৷ শুকুৰবাৰে সংবাদমেল অনুষ্ঠিত কৰি মন্ত্ৰী গৰাকীয়ে সেউজীয়া পাতত মূল্য কম পোৱা বাবে চাহ উদ্যোগে লোকচানৰ সন্মুখীন হৈছে বুলি জানিবলৈ দিয়ে আৰু সেয়ে চাহৰ মান বজাই ৰাখিবলৈ ট্ৰি বৰ্ডক প্ৰয়োজনীয় নিৰ্দেশনা জাৰী কৰিবলৈ আহ্বান জনায় ৷

ৰাজ্যৰ চাহ উদ্যোগ এতিয়া ভীষণ সংকটতঃ অকপট স্বীকাৰোক্তি উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ

আনহাতে উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ এই সংবাদমেলৰ পাচতেই কংগ্ৰেছ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে উভতি ধৰে উদ্যোগ মন্ত্ৰী গৰাকীক ৷ চাহ উদ্যোগ এতিয়া ফাঁকিত চলি আছে বুলি মন্তব্য কৰি বিধায়ক গৰাকীয়ে কয় যে, অসম প্ৰশাসনিক প্ৰাধিকাৰী মহাবিদ্যালয়ত চাহ উদ্যোগ উন্নত কৰাৰ বাবে অনুস্থিত হোৱা বৈঠকত কেৱল কাজিয়াহে হ'ল ৷ লগতে তেওঁ কয় যে, উপযুক্ত চাহ পাবলৈ হ'লে চাহ শ্ৰমিকক সন্তুষ্ট কৰিব লাগিব ৷ কিন্তু চাহ শ্ৰমিকৰ আজিলৈকে দৰমহা বৃদ্ধি নহ'ল বুলি জানিবলৈ দিয়ে মন্ত্ৰী গৰাকীয়ে ৷

Intro:3 বছৰীয়া শাসনকালত চাহ উদ্যোগত উদ্ধাৰ কৰাত ব্যৰ্থ চৰকাৰ,

চাহ উদ্যোগৰ সংকটকলৈ উদ্যোগমন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীৰ সাংবাদমেল,,

চাহ উদ্যোগৰ ভয়ানক সংকটৰ কথা অপকটে স্বীকাৰ মন্ত্ৰীৰ,,

এটা সময়ত চাহ ৰপ্তানীৰ ক্ষেত্ৰত আমি global leader আছিলোঁ,

কিন্তু এতিয়া অৱস্থা সংকটজনক,,

1961 ত 37% চাহ ৰপ্তানি কৰিছিলোঁ,,
কিন্তু এতিয়া মাত্ৰ 12% হে ৰপ্তানি কৰিবলৈ সক্ষম আমি,,

ৰপ্তানি কমি অহা বাবেই সংকটত পৰিছে চাহ উদ্যোগ,,

চাহৰ মানদণ্ড যথেষ্ট বেয়া হৈছে,,
ক্ষুদ্ৰ চাহ খেতিয়ক, tata tea গ্ৰুপ, Indian tea association ক চাহৰ মান উন্নত কৰিবলৈ আহ্বান জনাইছে মন্ত্ৰীয়ে,,

Body:সেউজীয়া পাতত মূল্য কম পোৱা বাবে লোকচানৰ সন্মুখীন হৈছে,, সেয়ে tea board ক নিম্নতম মূল্য নিৰ্ধাৰণ কৰিবলৈ নিৰ্দেশ মন্ত্ৰীৰ,,

চাহৰ মান বজাই ৰাখিবলৈ tea board ক প্ৰয়োজনীয় নিৰ্দেশনা জাৰী কৰিবলৈ আহ্বান,,

Assam tea ৰ ব্ৰেণ্ডিং যিধৰণে হব লাগিছিল সেইধৰণে নাই হোৱা,,সেয়ে দেশৰ প্ৰতিখন চহৰত ccd ৰ আৰ্হিত অসমৰ চাহৰ ব্ৰেণ্ড কৰি প্ৰতিষ্ঠান গঢ় দিয়াৰ প্ৰস্তাৱ গ্ৰহণ,,

Conclusion:ডুবাইৰ tea পার্ক ভ্ৰমণ কৰিব অসম চৰকাৰৰ এটা প্ৰতিনিধি দলে,,
ছয়গাঁও ৰ tea পাৰ্কৰ কামৰ অগ্ৰগতি সম্পর্কেও অৱগত কৰিলে,,

20% বনাচ শ্ৰমিকলৈ মুকলি কৰি দিয়া বুলি ঘোষণা মন্ত্ৰীৰ,,
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.