ETV Bharat / state

পুনৰুজ্জীৱিত হ'ব কাছাৰ আৰু নগাঁও কাগজ কল - arvind sawant

কাগজ কল দুটা অচিৰেই পুনৰ স্থাপন কৰাৰ প্ৰতিশ্ৰুতি কেন্দ্ৰীয় চৰকাৰৰ৷

পুনৰুজ্জীৱিত হ'ব কাছাৰ আৰু নগাঁও কাগজ কল
author img

By

Published : Jun 19, 2019, 3:19 PM IST

নিউজ ডেস্ক, 19 জুন : কাছাৰ আৰু নগাঁও কাগজ কল পুনৰুজ্জীৱিত কৰাৰ প্ৰতিশ্ৰুতি কেন্দ্ৰ চৰকাৰৰ৷ অসমৰ পৰা যোৱা প্ৰতিনিধিৰ দলক বুধবাৰে এই আশ্বাস প্ৰদান কৰে ৰাজহুৱা খণ্ড আৰু গুৰু উদ্যোগ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী অৰবিন্দ সাৱন্তে৷

পুনৰুজ্জীৱিত হ'ব কাছাৰ আৰু নগাঁও কাগজ কল

কাছাৰ আৰু নগাঁও কাগজ কল পুনৰুজ্জীৱিত কৰাৰ সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী অৰবিন্দ সাৱন্তৰ সৈতে আলোচনাত মিলিত হৈছিল কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী ৰামেশ্বৰ তেলী,মন্ত্ৰী পিযুষ হাজৰিকাৰ সৈতে যোৱা আঠজনীয়া এটা সঁজাতি দলে৷

ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ উমৈহতীয়া (PPP ) ব্যৱস্থাৰ আৰ্হিত কাছাৰ আৰু নগাঁও কাগজ কলক গঢ় দিবলৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীলৈ এক স্মাৰক পত্ৰও প্ৰেৰণ কৰিছিল অসমৰ প্ৰতিনিধিৰ দলটোৱে৷

উল্লেখ্য যে, হিন্দুস্তান পেপাৰ কৰ্পোৰেচনৰ অধীনত 1978 চনত স্থাপন হৈছিল কাছাৰ আৰু নগাঁও কাগজ কল৷ কিন্তু উপযুক্ত মূলধন অবিহনে 2017 বৰ্ষত বন্ধ হৈ পৰিছিল নগাঁও কাগজ কল৷ একেদৰে 2015 বৰ্ষতেই বন্ধ হৈ পৰিছিল কাছাৰ কাগজ কলো৷

Intro:New Delhi: The Centre on Wednesday has assured a delegation from Assam of taking efforts to reopen the Cachet and Nowgaon paper mills.

Body:Union minister for heavy industires and public enterprises Arvind Sawant has assured the delegation that his ministry will try to revive the two prestigious papers mills in Assam.

The Assam delegation comprises Union Minister Rameswar Tali, Assam Minister Pijush Hazarika and eight MPs representing the state.

The delegation also submitted a memorandum to Sawant mentioning PPP module implementation of private takeover to revive these two paper mills.

"We strongly believe that the scope of making HPC a viable company still exists, if it is run by efficient professional management with proper modernisation, technological upgradation and financial restructuring," the delegation said.

Conclusion:The Cachar and Nowgaon paper mills under Hindustan Paper Corporation Limited (HPCL) were established in 1978 and both started its commercial production from the late eighties.

The production of Jagiroad paper mill had stopped since 2015-16. The mill moved towards close down in March 2017 due to huge loss and lack of working capital. Similarly work of Cachar paper mill was suspended in October 2015.

Workers of both the mills have not received salarybfor more than two years.

end.
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.