ETV Bharat / state

অৰুণাচলৰ দুটাকৈ ভোটকেন্দ্ৰত পুনৰ ভোটদানৰ দাবী ভোটাৰৰ - ভোটদান কেন্দ্ৰ

উল্লেখনীয় যে অৰুণাচল প্ৰদেশৰ কোলোৰিয়াংগ বিধানসভা সমষ্টিৰ নম্পে ভোটদান কেন্দ্ৰ আৰু তালী বিধানসভা সমষ্টিৰ গিম্বা ভোটদান কেন্দ্ৰত ২১ মেত তৃতীয় বাৰৰ বাবে পুনৰ ভোটদান প্ৰক্ৰিয়া আৰম্ভ হব ।

অৰুণাচল প্ৰদেশৰ দুটা ভোটদান কেন্দ্ৰত পুনৰ ভোটদানৰ দাবী ভোটাৰৰ
author img

By

Published : May 19, 2019, 6:15 PM IST

অৰুণাচল প্ৰদেশ, 19 মেঃ অৰুণাচল প্ৰদেশৰ ক্ৰা দাৰী জিলাৰ তালী বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰাকসো আৰু ৰাইবালো ভোটদান কেন্দ্ৰৰ ভোটদাতা সকলে দেওবাৰে ইটানগৰ নিৰ্বাচন ভৱনৰ সন্মুখত ধৰ্ণা প্ৰদৰ্শন কৰি পুনৰ ভোটদান অনুষ্ঠিত কৰিবলৈ দাবী জনায় ।

উল্লেখনীয় যে অৰুণাচল প্ৰদেশৰ কোলোৰিয়াংগ বিধানসভা সমষ্টিৰ নম্পে ভোটদান কেন্দ্ৰ আৰু তালী বিধানসভা সমষ্টিৰ গিম্বা ভোটদান কেন্দ্ৰত ২১ মেত তৃতীয় বাৰৰ বাবে পুনৰ ভোটদান প্ৰক্ৰিয়া আৰম্ভ হব ।

অৰুণাচল প্ৰদেশৰ দুটা ভোটদান কেন্দ্ৰত পুনৰ ভোটদানৰ দাবী ভোটাৰৰ

প্ৰথমবাৰ ১১ এপ্ৰিলত উক্ত দুটা ভোটদান কেন্দ্ৰত ভোটদান হয় । কিন্তু নিৰ্বাচনী হিংসাৰ পিচত ২৭ এপ্ৰিলত পুনৰ ভোটদান প্ৰক্ৰিয়া অনুষ্ঠিত কৰা হয় । তৎসত্বেও পুনৰ খেলিমেলি হোৱাৰ অভিযোগ উত্থাপিত হোৱাত যাৰ বাবে নিৰ্বাচন আয়োগে দুটা ভোটদান কেন্দ্ৰত ২১ মেত পুনৰ ভোটদান প্ৰক্ৰিয়া অনুষ্ঠিত কৰাৰ ঘোষণা কৰে ।

A_GHY_803_19MAY_RE_POLL_DEMAND_IN_ARUNACHAL_PARDESH_VISUAL_ASRAR

অৰুণাচল প্ৰদেশৰ ক্ৰা দাৰী জিলাৰ তালী বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰাকসো আৰু ৰাইবালো ভোটদান কেন্দ্ৰৰ ভোটদাতা সকলে আজি ইটানগৰ নিৰ্বাচন ভৱনৰ সন্মুখত ধৰ্ণা প্ৰদৰ্শন কৰি পুনৰ ভোটদান অনুষ্ঠিত কৰিবলৈ দাবী জনায় । উল্লেখনীয় যে অৰুণাচল প্ৰদেশৰ কোলোৰিয়াংগ বিধানসভা সমষ্টিৰ নম্পে ভোটদান কেন্দ্ৰ আৰু তালী বিধানসভা সমষ্টিৰ গিম্বা ভোটদান কেন্দ্ৰত ২১ মেত তৃতীয় বাৰৰ বাবে পুনৰ ভোটদান প্ৰক্ৰিয়া আৰম্ভ হব । প্ৰথমবাৰ ১১ এপ্ৰিলত উক্ত দুটা ভোটদান কেন্দ্ৰত ভোটদান হৈছিল । হিংসাৰ পিছত ২৭ এপ্ৰিলত পুনৰ ভোটদান প্ৰক্ৰিয়া অনুষ্ঠিত কৰা হৈছিল । তথাপিও পুনৰ খেলিমেলি হোৱাৰ অভিযোগ উত্থাপিত হোৱাত যাৰ বাবে নিৰ্বাচন আয়োগে দুটা ভোটদান কেন্দ্ৰত ২১ মেত পুনৰ ভোটদান প্ৰক্ৰিয়া অনুষ্ঠিত কৰাৰ ঘোষণা কৰে ।

अरूणाचल प्रदेश क्रा दाड़ी जिला के  ताली  विधानसभा क्षेत्र के राकसो और राईबालो मतदान केेंद्र के मतदाताओं ने आज (रविवार) को ईटानगर निर्वाचन भवन के आगे धारना व प्रदर्शन करते हुए पुनर मतदान कराने की मांग की। उल्लेखनीय है कि अरुणाचल के कोलोरियांग विधानसभा क्षेत्र के नम्पे मतदान केंद्र और ताली विधानसभा क्षेत्र गिम्बा मतदान केंद्रों पर 21 मई को तीसरी बार पुनर मतदान होने जा रहा है। पहली बार 11 अप्रैल को उक्त दोनों मतदान केंद्रों चुनाव हुआ था। हिंसा के बाद 27 अप्रैल को पुनर मतदान कराया गया। फिर गड़बड़ी की शिकायत सामने आई जिसके चलते चुनाव आयोग दो मतदान केंद्रों पर 21 मई को चुनाव कराने की घोषणा की है।

Visual at Ftp

Asrar Ansari 
  Guwahati 
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.