ETV Bharat / state

ক্ৰমাৎ স্বাভাৱিক অৱস্থা ঘূৰি আহিছে মহানগৰীলৈ - আব্যাহত আছে সেনাৰ ফ্লেগমাৰ্চ

সান্ধ্য আইন শিথিল কৰা হয় গুৱাহাটী মহানগৰীত ৷ আগতকৈ উন্নত হৈছে মহানগৰীৰ পৰিস্থিতি ৷

9 ঘন্টাৰ বাবে সান্ধ্য আইন শিথিল
9 ঘন্টাৰ বাবে সান্ধ্য আইন শিথিল
author img

By

Published : Dec 15, 2019, 11:41 AM IST

গুৱাহাটী, 15 ডিচেম্বৰ: দেওবাৰে 9 ঘন্টাৰ বাবে সান্ধ্য আইন শিথিল কৰা হয় গুৱাহাটী মহানগৰীত ৷ জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশনা অনুসৰি, পুৱা 9 বজাৰ পৰা সন্ধিয়া 6 বাজালৈ শিথিল কৰা হৈছে সান্ধ্য আইন ৷ আগতকৈ উন্নত হৈছে মহানগৰীৰ পৰিস্থিতি ৷ চিটী বাছৰ লগতে ব্যক্তিগত যান-বাহনৰ চলাচল পৰিলক্ষিত হৈছে যদিও বৰ্তমানেও আব্যাহত আছে সেনাৰ ফ্লেগমাৰ্চ ৷

ক্ৰমাৎ স্বাভাৱিক মহানগৰীৰ জীৱন যাত্ৰা

লগতে পঢ়ক: বিমান চলাচল বন্ধ আছে বৰঝাৰ বিমান বন্দৰৰ পৰা

Intro:গুৱাহাটীত ৰাবিবাৰে ৯ ঘণ্টাৰ বাবে শিথিল সান্ধ্য অইন

Body:গুৱাহাটীত ৰাবিবাৰে ৯ ঘণ্টাৰ বাবে শিথিল সান্ধ্য অইন। পুৱা ৯ বাজাৰ পৰা সন্ধিয়া ৬ বাজালৈ শিথিল কৰা হৈছে সান্ধ্য অইন। মহানগৰ জিলা প্ৰশাসনে জাৰি কৰিছে এই নিৰ্দেশ। গুৱাহাটীৰ পৰিস্থিতি এতিয়া উন্নত হৈ উঠিছে। সান্ধ্য আইন শিথিল কৰাৰ পাছত চিটী বাছৰ লগতে ব্যক্তিগত বাহনৰ চলাচল অব্যাহত আছে। সেনাই ফ্লেগমাৰ্চ কৰি আছে গুৱাহাটীত।

Conclusion:Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.