ETV Bharat / state

আপোনাৰ চাৰিচকীয়া বাহনক সুৰক্ষা দিব অত্যাধুনিক ডিভাইচে

author img

By

Published : Aug 19, 2019, 8:32 PM IST

চৰকাৰৰ 'মেক ইন ইণ্ডিয়া'ৰ প্ৰতি দায়বদ্ধ হৈয়ে কোম্পানীটোৱে হাতত লৈছে এই পদক্ষেপ । ইফালে এই নতুন প্ৰযুক্তিৰ ডিভাইচটোত 4জি ছিম সংযোগ কৰা হৈছে । ফলত অনলাইন মেপ, মনোৰঞ্জনৰ বাবে গীত, গাড়ী বিধি, গাড়ীৰ ইঞ্জিনৰ গুনগত মান, ফোন কৰিব পৰা ব্যৱস্থা থাকিব ৷

চাৰিচকীয়া বাহন সুৰক্ষিত বাবে নিৰ্মাণ অত্যাধুনিক ডিভাইচ

গুৱাহাটী, 19 আগষ্টঃ দেশৰ লগতে ৰাজ্যত বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ । যাৰ বাবে চাৰিচকীয়া বাহন সুৰক্ষিত কৰি ৰখাৰ উদ্দেশ্যে অ' টি ছলিউচন ট্ৰেক এন টেলে অত্যাধুনিক ডিভাইচ নিৰ্মাণ কৰি উলিয়াই । সোমবাৰে মহানগৰীৰ হোটেল গেটৱে গ্ৰেণ্ডডত এক সংবাদমেল সম্বোধন কৰি মুকলি কৰা হয় এই অত্যাধুনিক ডিভাইচটো । এই 'ইন্টেলিপ্লে এক্সট্ৰিম'ৰ জৰিয়তে গাড়ীৰ গতিবিধি প্ৰতিটো মুহূৰ্ততে নজৰত ৰাখিব পাৰিব গৰাকীয়ে । চৰকাৰৰ 'মেক ইন ইণ্ডিয়া'ৰ প্ৰতি দায়বদ্ধ হৈয়ে কোম্পানীটোৱে হাতত লৈছে এই পদক্ষেপ । ইফালে এই নতুন প্ৰযুক্তিৰ ডিভাইচটোত 4জি ছিম সংযোগ কৰা হৈছে । ফলত অনলাইন মেপ, মনোৰঞ্জনৰ বাবে গীত, গাড়ী বিধি, গাড়ীৰ ইঞ্জিনৰ গুনগত মান, ফোন কৰিব পৰা ব্যৱস্থা থাকিব । তাৰোপৰি কেইবাটাও নতুন পদ্ধতি সন্নিবিষ্ট কৰা হৈছে এই ডিভাইচত । যাৰ জৰিয়তে প্ৰতিমূহুৰ্ততে গৰাকীৰ নজৰত থাকিব নিজৰ গাড়ীখন । এই নতুন ডিভাইচটো গাড়ীৰ গৰাকী আৰু গাড়ী নিৰ্মাতাৰ বাবে অধিক লাভদায়ক হ'ব বুলি ধাৰণা কৰা হৈছে । আনহাতে এই 'ইন্টেলিপ্লে এক্সট্ৰিম'ৰ বজাৰ মূল্য হৈছে ২৫হাজাৰৰ পৰা ৩০হাজাৰ । সকলো পৰ্যায়ৰ গ্ৰাহকৰ সুবিধাৰ্থে অতি কম মূল্য নিৰ্ধাৰণ কৰা হৈছে বুলি জনাই কোম্পানীটোৰ সহযোগী প্ৰতিষ্ঠাপক ঋতু গুপ্তাই ।

উল্লেখযোগ্য যে, কোম্পানীটোৱে ভেহিকেল ট্ৰেকিং, ই ম'বিলাইজেচন আদিৰ লগতে ইঞ্জিনৰ গুনগত মান আদিৰ তদাৰকৰ বাবেও জি পি এছ সজুলি আগবঢ়াই বুলি জানিবলৈ দিয়ে ট্ৰেক এন টেলৰ প্ৰতিষ্ঠাপক প্ৰাঞ্চু গুপ্তাই ।

Intro:দেশৰ লগতে ৰাজ্যত এতিয়া বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ। চাৰিচকীয়া বাহন সুৰক্ষিত কৰি ৰখাৰ উদ্দেশ্যে দেশৰ অ' টি ছলিউচন প্ৰতিষ্ঠান ট্ৰেক এন টেলে অত্যাধুনিক এক ডিভাইচ নিৰ্মাণ কৰি উলিয়াইছে।

Body:সোমবাৰে মহানগৰীৰ হোটেল গেটৱে গ্ৰেণ্ডডত এক সংবাদমেল সম্বোধন কৰি মুকলি কৰা হয় এই অত্যাধুনিক ডিভাইচটো। এই 'ইন্টেলিপ্লে এক্সট্ৰিম'ৰ জৰিয়তে গাড়ীৰ গতিবিধি প্ৰতিটো মুহূৰ্ততে নজৰত ৰাখিব পাৰিব গৰাকীয়ে। চৰকাৰৰ 'মেক ইন ইণ্ডিয়া'ৰ প্ৰতি দায়বদ্ধ হৈয়ে কোম্পানীটোৱে হাতত লৈছে এই পদক্ষেপ। ইফালে এই নতুন প্ৰযুক্তিৰ ডিভাইচটোত 4জি ছিম সংযোগ কৰা হৈছে। যাৰ ফলত অনলাইন মেপ, মনোৰঞ্জনৰ বাবে গীত, গাড়ী বিধি, গাড়ীৰ ইঞ্জিনৰ গুনগত মান, ফোন কৰিব পৰা ব্যৱস্থা থাকিব। তাৰোপৰি কেইবাটাও নতুন পদ্ধতি সন্নিবিষ্ট কৰা হৈছে এই ডিভাইচত। যাৰ জৰিয়তে প্ৰতিমূহুৰ্ততে গৰাকীৰ নজৰত থাকিব নিজৰ গাড়ীখন। এই নতুন ডিভাইচটো গাড়ীৰ গৰাকী আৰু গাড়ী নিৰ্মাতাৰ বাবে অধিক লাভদায়ক হ'ব বুলি ধাৰণা কৰা হৈছে। আনহাতে এই 'ইন্টেলিপ্লে এক্সট্ৰিম'ৰ বজাৰ মূল্য হৈছে ২৫হাজাৰৰ পৰা ৩০হাজাৰ। সকলো পৰ্যায়ৰ গ্ৰাহকৰ সুবিধাৰ্থে অতি কম মূল্য নিৰ্ধাৰণ কৰা হৈছে বুলি জনাই কোম্পানীটোৰ সহযোগী প্ৰতিষ্ঠাপক ঋতু গুপ্তাই।

Conclusion:উল্লেখযোগ্য যে এই কোম্পানীটোৱে ভেহিকেল ট্ৰেকিং, ই ম'বিলাইজেচন আদিৰ লগতে ইঞ্জিনৰ গুনগত মান আদিৰ তদাৰকৰ বাবেও জি পি এছ সজুলি আগবঢ়াই বুলি জানিবলৈ দিয়ে ট্ৰেক এন টেলৰ প্ৰতিষ্ঠাপক প্ৰাঞ্চু গুপ্তাই।

HIRUL HAQUE I GUWAHATI
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.