ETV Bharat / state

CAA আন্দোলন:1000 কোটি টকাৰ ক্ষতি ৰাজ্যৰ পৰ্যটন বিভাগৰ

ৰাজ্য চৰকাৰৰ বহু প্ৰচেষ্টাৰ ফলত বিগত তিনি বছৰত ৰাজ্যৰ পৰ্যটন বিভাগটোৰ যথেষ্ট উন্নয়ন হোৱাত অসমত দেশী-বিদেশী পৰ্যটকৰ সংখ্যা বহু বৃদ্ধি পাইছে যদিও CAA বিৰোধী আন্দোলনৰ ফলত পৰ্যটন ক্ষেত্ৰৰ বহু ক্ষতি সাধন হৈছে বুলিও মন্তব্য কৰে অধ্যক্ষগৰাকীয়ে।

author img

By

Published : Dec 31, 2019, 11:41 PM IST

CAA বিৰোধী আন্দোলনত ৰাজ্যৰ পৰ্যটন বিভাগৰ ক্ষতি

গুৱাহাটী, 31 ডিচেম্বৰ: CAA বিৰোধী আন্দোলনৰ নামত ৰাজহুৱা সম্পত্তি বিনষ্ট কৰা দুষ্কৃতিকাৰীৰ ওপৰত শেন চকু নিক্ষেপ কৰিছে প্ৰশাসনে ৷ CAA বিৰোধী আন্দোলনে হিংসাত্মক ৰূপ ধাৰণ কৰাৰ ফলত ৰাজ্যত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে পৰ্যটন বিভাগ। অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই CAA আন্দোলনৰ ফলত হোৱা পৰ্যটন বিভাগৰ ক্ষতিৰ তালিকা দাঙি ধৰি কয় যে ৰাজ্যত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনে হিংসাত্মক ৰূপ ধাৰণ কৰাত উন্নত ৰাষ্ট্ৰ সমূহে তেওঁলোকৰ পৰ্যটক সকলক অসমলৈ অহাত বাধা প্ৰদান কৰা পৰিলক্ষিত হৈছে।

CAA বিৰোধী আন্দোলনৰ ফলত ৰাজ্যত বিদেশী পৰ্যটকৰ লগতে ঘৰুৱা পৰ্যটকৰ সংখ্যাও পূৰ্বৰ তুলনাত বহু হ্ৰাস পাইছে। পৰ্যটকৰ সংখ্যা হ্ৰাস পোৱাৰ ফলত যোৱা দুমাহত অসমৰ পৰ্যটন উদ্যোগৰ প্ৰায় ১ হাজাৰ কোটি টকা ক্ষতি হৈছে । ৰাজ্যৰ অন্যান্য পৰ্যটন ক্ষেত্ৰ সমূহৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্রীয় উদ্যান, পবিতৰা অভয়াৰণ্যত হাতী আৰু জিপ চাফাৰীৰ লগত জড়িত ব্যক্তি সকলো ক্ষতিগ্ৰস্ত হৈছে পৰ্যটক সংখ্যা হ্ৰাস পোৱাৰ ফলত।

ৰাজ্য চৰকাৰৰ বহু প্ৰচেষ্টাৰ ফলত বিগত তিনি বছৰত ৰাজ্যৰ পৰ্যটন বিভাগটোৰ যথেষ্ট উন্নয়ন হোৱাত অসমত দেশী-বিদেশী পৰ্যটকৰ সংখ্যা বহু বৃদ্ধি পাইছে যদিও CAA বিৰোধী আন্দোলনৰ ফলত পৰ্যটন ক্ষেত্ৰৰ বহু ক্ষতি সাধন হৈছে বুলিও মন্তব্য কৰে অধ্যক্ষগৰাকীয়ে। অসমত ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত সবাতোকৈ বেছি পৰ্যটক আহে যদিও এইবাৰ CAA বিৰোধী আন্দোলনৰ ফলত ৰাজ্যত পৰ্যটকৰ সংখ্যা বহু পৰিমানে হ্ৰাস পাইছে। পৰ্যটন বিভাগৰ এই খতিপূৰণৰ বাবে অতি কমেও দুই বছৰৰ প্ৰয়োজন হ'ব বুলিও মন্তব্যও কৰে জয়ন্ত মল্ল বৰুৱাই।

লগতে পঢ়ক: স্থলসেনাৰ দায়িত্বৰ পৰা আনুষ্ঠানিক অব্যাহতি জেন. বিপিন ৰাৱাটৰ

CAA বিৰোধী আন্দোলনৰ ফলত অসমলৈ পৰ্যটকসকল আহিব নোৱাৰাৰ ফলত ১১ ডিচেম্বৰৰ পৰা ২৫ ডিচেম্বৰলৈ ৰাজ্যৰ হোটেল সমূহৰ ৩ কোটি ২৫ লাখ টকাৰ লোকচান হৈছে। ৰাজ্যৰ পৰ্যটন বিভাগৰ যোগাত্মক দিশটো প্ৰকাশ কৰিবলৈ চৰকাৰে গুগলৰ লগত যোগাযোগ কৰাৰ লগতে দেশৰ কেইবাখনো ৰাজ্যত জানুৱাৰী মাহত ৰোড শ্ব'ৰ আয়োজন কৰিব। ৰাজ্যলৈ পৰ্যটক অহাৰ সময়ত CAA বিৰোধী আন্দোলনৰ ফলত পৰ্যটক বিভাগত বেয়া প্ৰভাৱ পৰিছে বুলিও মন্তব্য কৰে জয়ন্ত মল্ল বৰুৱাই।

Intro:ৰাজ্যৰ সাম্প্ৰতিক কা' বিৰোধী প্ৰতিবাদৰ ফলত আটাইতকৈ বেছি ক্ষতি হৈছে ৰাজ্যৰ পৰ্যটন বিভাগ। যোৱা দুমাহত পৰ্যটন বিভাগৰ ক্ষতি হৈছে প্ৰায় ১ হাজাৰ কোটি টকা। উন্নত ৰাষ্ট্ৰ সমূহে অসম সন্দৰ্ভত ঋণাত্মক বাতৰি প্ৰচাৰ কৰাৰ ফলত অসমলৈ হ্ৰাস পাইছে পৰ্যটকৰ সংখ্যা।

Body:দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন। চলিত মাহত ৰাজ্যত কা' বিৰোধী আন্দোলনে হিংসাত্মক ৰূপ ধাৰণ কৰাৰ ফলত ৰাজ্যত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে পৰ্যটন বিভাগ। অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই কা' আন্দোলনৰ ফলত পৰ্যটন বিভাগৰ ক্ষতিৰ তালিকা দাঙি ধৰি কয় যে ৰাজ্যত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আনোদলনে হিংসাত্মক ৰূপ ধাৰণ কৰাত উন্নত ৰাষ্ট্ৰ সমূহে তেওঁলোকৰ পৰ্যটক সকলক অসমলৈ অহাত বাধা প্ৰদান কৰা পৰিলক্ষিত হৈছে। কা' বিৰোধী আন্দোলনৰ ফলত ৰাজ্যত বিদেশী পৰ্যটকৰ লগতে ঘৰুৱা পৰ্যটকৰ সংখ্যাও পূৰ্বৰ তুলনাত বহু হ্ৰাস পাইছে। পৰ্যটকৰ সংখ্যা হ্ৰাস পোৱাৰ ফলত যোৱা দুমাহত অসমৰ পৰ্যটন উদ্যোগৰ ক্ষতি হৈছে প্ৰায় ১ হাজাৰ কোটি টকা। ৰাজ্যৰ অন্যান্য পৰ্যটন ক্ষেত্ৰ সমূহৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্রীয় উদ্যান, পবিতৰা অভয়াৰণ্যত হাতী আৰু জিপ চাফাৰীৰ লগত জড়িত ব্যক্তি সকলো ক্ষতিগ্ৰস্ত হৈছে পৰ্যটক সংখ্যা হ্ৰাস পোৱাৰ ফলত।

বাইট ১: জয়ন্ত মল্ল বৰুৱা, অধ্যক্ষ, অসম পৰ্যটন নিগম

ৰাজ্য চৰকাকৰ বহু প্ৰচেষ্টাৰ ফলত যোৱা তিনি বছৰত ৰাজ্যৰ পৰ্যটন বিভাগটোৰ যথেষ্ট উন্নয়ন হোৱাত অসমত দেশী-বিদেশী পৰ্যটকৰ সংখ্যা বহু বৃদ্ধি পাইছে যদিও কা' বিৰোধী আন্দোলনৰ ফলত পৰ্যটন ক্ষেত্ৰৰ বহু ক্ষতি সাধন হৈছে বুলিও মন্তব্য কৰে বৰুৱাই। অসমত ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত সবাতোকৈ বেছি পৰ্যটক আহে যদিও এইবাৰ কা' বিৰোধী আন্দোলনৰ ফলত ৰাজ্যত পৰ্যটকৰ সংখ্যা বহু পৰিমানে হ্ৰাস পাইছে। পৰ্যটন বিভাগৰ এই খতিপূৰণৰ বাবে অতি কমেও দুই বছৰৰ প্ৰয়োজন হ'ব বুলিও মন্তব্যও কৰে বৰুৱাই। কা' বিৰোধী আন্দোলনৰ ফলত অসমলৈ পৰ্যটক সকল আহিব নোৱাৰাৰ ফলত ১১ ডিচেম্বৰৰ পৰা ২৫ ডিচেম্বৰলৈ ৰাজ্যৰ হোটেল সমূহৰ ৩ কোটি ২৫ লাখ টকাৰ লোকচান হৈছে।

বাইট ২ : জয়ন্ত মল্ল বৰুৱা, অধ্যক্ষ, অসম পৰ্যটন নিগম

Conclusion:ৰাজ্যৰ পৰ্যটন বিভাগৰ যোগাত্মক দিশটো প্ৰকাশ কৰিবলৈ চৰকাৰে গুগলৰ লগত যোগাযোগ কৰাৰ লগতে দেশৰ কেইবাখনো ৰাজ্যত জানুৱাৰী মাহত ৰোড শ্বৰ আয়োজন কৰিব। ৰাজ্যলৈ পৰ্যটক অহাৰ সময়ত কা' বিৰোধী আন্দোলনৰ ফলত পৰ্যটক বিভাগত বেয়া প্ৰভাৱ পৰিছে বুলিও মন্তব্য কৰে জয়ন্ত মল্ল বৰুৱাই।

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.