ETV Bharat / state

ৰান্ধনিৰ হাতত বিদ্যালয়ৰ দায়িত্ব - ETV BHARAT

প্ৰাথমিক বিদ্যালয়খনৰ দায়িত্ব ল'বলগীয়া হৈছে মধ্যাহ্ন ভোজনৰ দায়িত্বত থকা ৰান্ধনিয়ে । দুগৰাকী শিক্ষকৰ এগৰাকী এন আৰ চিৰ কামত ব্যস্ত হোৱাৰ বিপৰীতে আনগৰাকীৰ উপস্থিতি অনিয়মীয়া।

BYRNIHAT L.P. SCHOOL
author img

By

Published : Mar 1, 2019, 5:21 PM IST

গুৱাহাটী, ১ মাৰ্চ: ৰাজ্যৰ শিক্ষাখণ্ডৰ উন্নয়নৰ প্ৰকৃত স্বৰূপ উদঙাইছে অসম-মেঘালয় সীমান্তৱৰ্তী বৰ্ণিহাটৰ এখন প্ৰাথমিক বিদ্যালয়ে। ১৯৬৬ চনতেই স্থাপিত বৰ্ণিহাটৰ এই প্ৰাথমিক বিদ্যালয়খনৰ দায়িত্ব ল'বলগীয়া হৈছে মধ্যাহ্ন ভোজনৰ দায়িত্বত থকা ৰান্ধনিয়ে ।

BYRNIHAT L.P. SCHOOL
মুঠ ১১০ জনকৈ ছাত্ৰ-ছাত্রীৰ বিপৰীতে আছে বিদ্যালয়খনত আছে দুগৰাকী শিক্ষক । কিন্তু ইয়াৰে এগৰাকী শিক্ষক নিয়োজিত হৈ আছে এন আৰ চিৰ কামত আৰু আনগৰাকী শিক্ষকে সময়মতে উপস্থিত নহয় বিদ্যালয়ত।
ETV BHARAT
BYRNIHAT L.P. SCHOOL
শ্ৰেণীকোঠাৰ দুৱাৰ খোলাৰ পৰা ছাত্ৰ-ছাত্ৰীক প্ৰাৰ্থনা কৰোৱালৈকে অকলেই কৰে ৰান্ধনিগৰাকীয়ে। যাৰ পৰিপ্ৰেক্ষিতত খেলা ধূলা কৰিয়েই সয়ম পাৰ কৰে শিক্ষাৰ্থীয়ে।

বিদ্যালয়খনত বিৰাজ কৰা অৰাজক পৰিস্থিতিত ক্ষুব্ধ ৰাইজে শীঘ্ৰে বিভাগীয় কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।

Intro:বৰ্ণিহাট প্ৰাথমিক বিদ্যালয়। ৰান্ধনীয়ে চলাব লাগে বিদ্যালয়।

Body:অসম মেঘালয় সীমান্তৱৰ্তী এলেকাৰ এখন প্ৰাথমিক বিদ্যালয়। ১৯৬৬ চনত স্থাপিত হৈছিল এইখন বৰ্ণিহাট প্ৰাথমিক বিদ্যালয়। বিদ্যালয়খনত দুগৰাকী শিক্ষকৰ বিপৰীতে ১১০গৰাকী ছাত্ৰ-ছাত্রী। কিন্তু এগৰাকী শিক্ষক নিয়োজিত হৈ আছে এন আৰ চিৰ কামত। আন গৰাকী শিক্ষকে আকৌ সময় মতে উপস্থিত নহয় বিদ্যালয়ত। যাৰ বাবে ৰান্ধনীয়ে চলাব লাগে বিদ্যালয়। শ্ৰেণী কোঠাৰ দুৱাৰ খোলাৰ পৰা ছাত্ৰ ছাত্ৰীক প্ৰাৰ্থনা কৰোৱালৈ অকলেই কৰে বিদ্যালয়খনৰ ৰান্ধনীগৰাকীয়ে। যাৰ পৰিপ্ৰেক্ষিতত খেলা ধূলা কৰিয়ে সয়ম পাৰ কৰে শিক্ষাৰ্থীয়ে।

Conclusion:শিক্ষা খণ্ডত ব্যাপক উন্নয়ন সাধন হোৱাৰ কথা মন্ত্রী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ চকুত পৰিবনে এই দৃশ্য।

Byte

Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.