ETV Bharat / state

পাঁচটা সমষ্টিৰ উপ-নির্বাচন : ৮ গৰাকী প্রার্থীৰ মনােনয়ন পত্র প্রত্যাহাৰ - ভৱানীপুৰ

উপ-নিৰ্বাচনৰ নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতাত অৱতীর্ণ হ'ব ৩১ গৰাকী প্ৰার্থী । উপ- নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰা মুঠ ৩৯ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ৰূপে বিবেচিত হৈছিল । ইয়াৰ ভিতৰত তামুলপুৰ সমষ্টিৰ তিনিগৰাকী আৰু গোসাইগাঁও সমষ্টিৰ ৫ গৰাকী প্ৰাথী মিলি মুঠ ৮ গৰাকী প্ৰাৰ্থীয়ে শনিবাৰে মনোনয়ন প্ৰত্ৰ প্ৰত্যাহাৰ কৰে ।

পাঁচটা সমষ্টিৰ উপ-নির্বাচন: ৮ গৰাকী প্রার্থীৰ মনােনয়ন পত্র প্রত্যাহাৰ

author img

By

Published : Oct 16, 2021, 8:16 PM IST

গুৱাহাটী, ১৬ অক্টোবৰ : অসম বিধানসভাৰ পাঁচটা সমষ্টিত ৩০ অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া উপ নিৰ্বাচনত মুঠ ৩১গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ'ব । উপ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰা মুঠ ৩৯ গৰাকী প্ৰাৰ্থীৰে মনোনয়ন বৈধ ৰূপে বিবেচিত হৈছিল । ইয়াৰ ভিতৰত তামুলপুৰ সমষ্টিৰ তিনিগৰাকী আৰু গোসাইগাঁও সমষ্টিৰ ৫ গৰাকী প্ৰাৰ্থী মিলি মুঠ ৮ গৰাকী প্ৰৰ্থীয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰে । ইয়াৰ ফলত অৱশেষত ৩১ গৰাকী প্ৰাৰ্থী ৫ টা সমষ্টিৰ বাবে অহা ৩০ অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনত প্ৰতিদ্বন্দিতা অৱতীৰ্ণ হ'ব ।

উপ-নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া পাঁচটা সমষ্টি হৈছে ক্রমে ২৮-গােসাইগাঁও, ৪১-ভৱানীপুৰ, ৫৮-তামুলপুৰ, ১০১-মৰিয়নী আৰু ১০৭-থাওৰা সমষ্টি ।

পাঁচটা সমষ্টিৰ প্রার্থীসকল হৈছে :

২৮-গােসাইগাঁও সমষ্টি:
১। জিৰােন বসুমতাৰী, ইউনাইটেড পিপ’লছ পার্টী লিবাৰেল
২। ধ্ৰুৱ কুমাৰ ব্ৰহ্ম নাৰ্জাৰী, বড়ােলেণ্ড পিপলছ ফ্রন্ট
লিবাৰেল
৩। জুৱেল টুডু, ভাৰতীয় জাতীয় কংগ্রেছ
৪। খাইরুল আনাম খণ্ডকাৰ, অল ইণ্ডিয়া ইউনাইটেড ডেমক্রেটিক
৫। আব্দুল হাছেম আকন্দ, ভােটাৰছ পার্টী ইণ্টাৰনেচনেল
৬। উত্তম কুমাৰ তালুকদাৰ, নির্দলীয়
৭। কমল ৰয়, নির্দলীয়
৮। ওছমান গনি শ্বেখ, নির্দলীয়

১০১-মৰিয়নী সমষ্টি :
১। ৰূপজ্যোতি কুৰ্মী, ভাৰতীয় জনতা পাৰ্টী
২। লােহিত কোঁৱৰ, ভাৰতীয় জাতীয় কংগ্রেছ
৩। গােপাল চন্দ্র ঘাটোৱাৰ, অসম সংগ্রামী মঞ্চ
৪। সঞ্জীৱ গগৈ, নির্দলীয়

৪১-ভৱানীপুৰ সমষ্টি :
১। ফণীধৰ তালুকদাৰ, ভাৰতীয় জনতা পাৰ্টী
২। শৈলেন্দ্র নাথ দাস, ভাৰতীয় জাতীয় কংগ্রেছ
৩। জুব্বেৰ আলী, অল ইণ্ডিয়া ইউনাইটেড ডেমক্রেটিক ফ্রন্ট
৪। শিৱেন দাস, ভােটাৰছ পার্টী ইণ্টাৰনেচনেল
৫। মেৰিজুল হক, ৰ'ড মেপ পার্টী
৬। ছৌকট আলী আহমেদ, নির্দলীয়
৭। খাম্ফা খুংগুৰ গয়াৰী, নির্দলীয়
৮। আৰিফুল ইছলাম, নির্দলীয়

১০৭-থাওৰা সমষ্টিৰ :
১। সুশান্ত বৰগােঁহাই, ভাৰতীয় জনতা পাৰ্টী
২। মনােৰঞ্জন কোঁৱৰ, ভাৰতীয় জাতীয়
৩। কৃষ্ণ গগৈ, কমিউনিষ্ট পার্টী অৱ ইণ্ডিয়া
৪। ধৈৰ্য্য কোঁৱৰ, নির্দলীয়
৫। লােহিত গােৱালা, নির্দলীয়

৫৮-তামুলপুৰ সমষ্টি :
১। জলেন দৈমাৰী, ইউনাইটেড পিপ’লছ পার্টী লিবাৰেচন
২। ভাস্কৰ দাহাল, ভাৰতীয় জাতীয় কংগ্রেছ
৩। ব্রজেন্দ্র নাথ ডেকা, গণ সুৰক্ষা পাৰ্টী
৪। ৰাজকুমাৰ বড়ো, ভােটাৰছ পার্টী ইণ্টাৰনেচনেল
৫। গনেশ কছাৰী, নির্দলীয়
৬। যশােৱন্ত চৌহান, নির্দলীয়

উল্লেখযোগ্য যে, ৩০ অক্টোবৰত পাঁচটা সমষ্টিত হ'বলগীয়া উপ-নিৰ্বাচনৰ ২ নবেম্বৰত হ'ব ভোট গণনা ।

লগতে পঢ়কঃ শাৰদীয় দুৰ্গোৎসৱৰ পাঁচদিনত ৰাজ্যত ৫৪১ টা পথ দুৰ্ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.