ETV Bharat / state

By election : কোন কোন প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন

author img

By

Published : Oct 7, 2021, 9:20 PM IST

2021 চনৰ অসম বিধান সভাৰ উপ-নিৰ্বাচনৰ বাবে 7 অক্টোবৰ বৃহস্পতিবাৰৰ দিনটোত সমষ্টিয়ে সমষ্টিয়ে মনোনয়ন পত্ৰ দাখিল কৰা প্ৰাৰ্থীৰ তালিকা ৷

by-election-candidate-till-7-october-2021
By election : কোন কোন প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন

2021 চনৰ অসম বিধান সভাৰ উপনিৰ্বাচনত 7 অক্টোবৰ বৃহস্পতিবাৰৰ দিনটোত কোন কোন মনোনয়ন পত্ৰ দাখিল কৰিলে জানো আহক

28 নং গোসাইগাঁও সমষ্টি

1. জিৰোন বসুমতাৰী, ইউপিপিএল

2. ধ্ৰুবা কুমাৰ ব্ৰহ্ম নাৰ্জাৰী, বিপিএফ

3. খাইৰুল আনম খাণ্ডাকাৰ, এআইইউডিএফ

4. জোৱেল টুডু, কংগ্ৰেছ

5. হাৰকিয়েলিয়াছ বসুমতাৰী, নিৰ্দলীয়

41 ভবানীপুৰ সমষ্টি

শূন্য

58 নং তামুলপুৰ সমষ্টি

1. ইমানুৱেল মুচাহাৰী, নিৰ্দলীয়

2. গণেশ কাচাৰী, নিৰ্দলীয়

3. জোলেন দৈমাৰী, ইউপিপিএল

4. ভাস্কৰ দাহাল, কংগ্ৰেছ

১০১ নং মৰিয়নি সমষ্টি

শূন্য

107 নং থাওৰা

1. লোহিত গোৱালা, নিৰ্দলীয়

2. কৃষ্ণ গগৈ, চি.পি.আই.

3. ধৈয্য কোঁৱৰ, নিৰ্দলীয় (ৰাইজৰ দল )

লগতে পঢ়ক : 14 দিনৰ বাবে ন্যায়িক জিম্মালৈ শ্বেৰমান আলী

2021 চনৰ অসম বিধান সভাৰ উপনিৰ্বাচনত 7 অক্টোবৰ বৃহস্পতিবাৰৰ দিনটোত কোন কোন মনোনয়ন পত্ৰ দাখিল কৰিলে জানো আহক

28 নং গোসাইগাঁও সমষ্টি

1. জিৰোন বসুমতাৰী, ইউপিপিএল

2. ধ্ৰুবা কুমাৰ ব্ৰহ্ম নাৰ্জাৰী, বিপিএফ

3. খাইৰুল আনম খাণ্ডাকাৰ, এআইইউডিএফ

4. জোৱেল টুডু, কংগ্ৰেছ

5. হাৰকিয়েলিয়াছ বসুমতাৰী, নিৰ্দলীয়

41 ভবানীপুৰ সমষ্টি

শূন্য

58 নং তামুলপুৰ সমষ্টি

1. ইমানুৱেল মুচাহাৰী, নিৰ্দলীয়

2. গণেশ কাচাৰী, নিৰ্দলীয়

3. জোলেন দৈমাৰী, ইউপিপিএল

4. ভাস্কৰ দাহাল, কংগ্ৰেছ

১০১ নং মৰিয়নি সমষ্টি

শূন্য

107 নং থাওৰা

1. লোহিত গোৱালা, নিৰ্দলীয়

2. কৃষ্ণ গগৈ, চি.পি.আই.

3. ধৈয্য কোঁৱৰ, নিৰ্দলীয় (ৰাইজৰ দল )

লগতে পঢ়ক : 14 দিনৰ বাবে ন্যায়িক জিম্মালৈ শ্বেৰমান আলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.