ETV Bharat / state

পিছুওৱা হ'ল বিটিআৰ নিৰ্বাচন

author img

By

Published : Mar 20, 2020, 5:18 PM IST

Updated : Mar 20, 2020, 6:38 PM IST

ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়া আলোক কুমাৰে আজি বিয়লি এখন সংবাদমেলযোগে বিটিআৰৰ নিৰ্বাচন পিছুওৱা হৈছে বুলি ঘোষণা কৰে ৷ কৰ'ণা ভাইৰাছক কেন্দ্ৰ কৰি সৃষ্টি হোৱা পৰিস্থিতি স্বাভাৱিক হোৱাৰ পিচতহে বিটিআৰ নিৰ্বাচনৰ পৰৱৰ্তী তাৰিখ ঘোষণা কৰা হ'ব ।

বিটিআৰ নিৰ্বাচন
বিটিআৰ নিৰ্বাচন

গুৱাহাটী, ২০ মাৰ্চঃ আজি বিয়লি আনুষ্ঠানিকভাৱে বিভিন্ন ৰাজনৈতিক দল,সচেতন ব্যক্তি,ৰাজ্য চৰকাৰ আদিৰ আহ্বানৰ প্ৰতি সহাৰি জনাই,ৰাজ্যিক নিৰ্বাচন আয়োগে বিটিআৰৰ নিৰ্বাচন পিছুওৱা হৈছে বুলি ঘোষণা কৰে। ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়া আলোক কুমাৰে আজি বিয়লি এখন সংবাদমেলযোগে ঘোষণা কৰে এই কথা। যাৰ বাবে মনোনয়ন দাখিল প্ৰক্ৰিয়া কাইলৈ শেষ হোৱাৰ পিচতে এই নিৰ্বাচনী ব্যৱস্থা বন্ধ হৈ পৰিব। অৰ্থাৎ কোনো প্ৰচাৰ অভিযান,প্ৰচাৰ সভা বা ভোট গ্ৰহণ পৰৱৰ্তী তাৰিখ ঘোষণা নকৰা পৰ্যন্ত বন্ধ থাকিব বুলি তেওঁ প্ৰকাশ কৰে ।

পিছুওৱা হ'ল বিটিআৰ নিৰ্বাচন

কৰ'ণা ভাইৰাছক কেন্দ্ৰ কৰি সৃষ্টি হোৱা পৰিস্থিতি স্বাভাৱিক হোৱাৰ পিচতহে বিটিআৰ নিৰ্বাচনৰ পৰৱৰ্তী তাৰিখ ঘোষণা কৰা হ'ব। যিহেতু সমগ্র নিৰ্বাচনী প্ৰক্ৰিয়াটো ২৭ এপ্ৰিলৰ ভিতৰত শেষ কৰিব লাগিব।

লগতে পঢ়কঃ কৰ’ণাক পৰাজিত কৰিবলৈ সষ্টম বিশ্ববাসী

Last Updated : Mar 20, 2020, 6:38 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.