ETV Bharat / state

গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি - Fani

বিধ্বংসী সাগৰীয় ধুমুহা ফণীৰ প্ৰভাৱ অসমতো পৰিছে ৷ আনহাতে ফণীৰ প্ৰভাৱত অহা ধাৰাষাৰ ধুমুহা বৰষুণৰ ফলত গুৱাহাটীত বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ ৷

গুৱাহাটীৰ ওচৰত বৃদ্ধি লুইতৰ জলস্তৰ
author img

By

Published : May 4, 2019, 8:43 PM IST

গুৱাহাটী, 4 মেঃ সাগৰীয় ধুমুহা ফণীৰ প্ৰভাৱত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত ৰাজ্যত বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো বৃদ্ধি পাইছে লুইতৰ জলস্তৰ ৷

গুৱাহাটীৰ ওচৰত বৃদ্ধি লুইতৰ জলস্তৰ

ঘূৰ্ণি বতাহ ফণীৰ প্ৰভাৱতে ৰাজ্যত হোৱা প্ৰবল বৃষ্টিপাতৰ লগতে এইদৰে বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ ৷ শনিবাৰে দিনৰ ভাগত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো বৃদ্ধি পায় জলস্তৰ ৷ প্ৰতি ঘন্টাত প্ৰায় 1ৰ পৰা 2 চেন্টিমিটাৰ বৃদ্ধি পোৱা লুইতৰ জলস্তৰে শনিবাৰে 16 চেন্টিমিটাৰ চুইছে ৷ ধুমুহাৰ প্ৰভাৱ ৰাজ্যৰ ধুবুৰী, মানকাচাৰ, গোৱালপাৰা জিলাত অধিক পৰা পৰিলক্ষিত হৈছে ।

Intro:ফেনীৰ প্ৰভাৱত ফলত হোৱা নেৰানেপেৰা বৰষুণ ফলত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে ব্ৰহ্মপুত্রৰ জলস্তৰ। শনিবাৰে পুৱা ৬ বজাৰ পৰা দুপৰীয়া ১ বজালৈ গুৱাহাটীত ১৬ ছেন্টিমিটাৰ বৃদ্ধি পালে ব্ৰহ্মপুত্রৰ নদীৰ জলস্তৰ।

Body:উৰিষ্যাৰ ফণী ঘূৰ্ণি ধুমুহাৰ প্ৰভাৱ অসমৰ কেইবাখনো ৰাজ্যত দেখিবলৈ পোৱা গৈছে। ৰাজ্যজুৰি নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ কেইবাখনো জিলাত ব্ৰহ্মপুত্রৰ জলস্তৰ বৃদ্ধি পাইছে। যোৱা শুকুৰবাৰৰ পৰা ৰাজ্যত অব্যাহত থকা বৰষুণৰ ফলত মহানগৰীত ব্ৰহ্মপুত্রৰ জলস্তৰ আজি পুৱা ৬ বজাৰ পৰা দুপৰীয়া ১ বজালৈ ১৬ ছেন্টিমিটাৰ বৃদ্ধি পাইছে। ফণী ধুমুহাৰ ফলত ৰাজ্যত অব্যাহত থকা বৰষুণৰ ফলত প্ৰতি ঘণ্টাত গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ জলস্তৰ ১ পৰা ২ ছেন্টিমিটাৰ বৃদ্ধি পাবলৈ ধৰিছে।

বাইট : কেন্দ্ৰীয় জল আয়োগ কৰ্মী

Conclusion:ফণীৰ ঘূৰ্ণি ধুমুহাৰ প্ৰভাৱ ৰাজ্য ধুবুৰী, মানকাচাৰ, গোৱালপাৰা জিলাত অধিক পৰা পৰিলক্ষিত হৈছে। নেৰানেপেৰা বৰষুণৰ লগতে ৰাজ্যত বলিছে দ্ৰুত গতিত বতাহ।

Asrar Ansari And Pallav Bora
গুৱাহাটী
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.