ETV Bharat / state

অনুষ্ঠিত হ’ব ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেলৰ সপ্তম সংস্কৰণ - BRAHMAPUTRA VALLEY FILM FESTIVAL TO START FROM 26TH SEPTEMBER

ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেলত 33 খন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ছবি প্ৰদৰ্শন কৰা হ'ব লগতে বিভিন্ন স্থানৰ পৰা আমন্ত্ৰণ কৰা হৈছে খ্যাতিসম্পন্ন পৰিচালকসকলক ।

ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভলৰ আয়োজক সমিতিৰ
author img

By

Published : Sep 24, 2019, 11:22 PM IST

গুৱাহাটী, 24 ছেপ্টেম্বৰঃ সপ্তমবাৰৰ বাবে আয়োজিত হ'ব ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেল । 6 বছৰ সফল সংস্কৰণ পিছত 26 ছেপ্টেম্বৰৰ পৰা 29 ছেপ্টেম্বৰ লৈ গুৱাহাটীত ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেলৰ সপ্তম সংস্কৰণ । চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব লগা এই ফিল্ম ফেষ্টিভেল আয়োজন কৰা হৈছে গুৱাহাটীৰ মাছখোৱা প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্প প্ৰেক্ষাগৃহত ।

ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভলৰ আয়োজক সমিতিৰ সংবাদমেল

ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেলত 33 খন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ছবি প্ৰদৰ্শন কৰা হ'ব লগতে বিভিন্ন স্থানৰ পৰা আমন্ত্ৰণ কৰা হৈছে খ্যাতিসম্পন্ন পৰিচালকসকলক । 33 খন ছবি ভিতৰত থাকিব অসমীয়াৰ লগতে নাগালেণ্ড, মিজোৰামৰ কেবাখনো চলচিত্ৰ। সপ্তম ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেলৰ আৰম্ভণি অনুষ্ঠানত উপস্থিত থাকিব ছবি নিৰ্মাতা ইমতিয়াজ আলী আৰু অভিনেত্ৰী সোভিতা ধোলিপালা । এইবাৰৰ মহোৎসৱত প্ৰদৰ্শিত হ'ব লগা প্ৰথমখন ছবি পৰিচালক প্ৰতিম ডি গুপ্তাৰ ছবি শান্তিলাল অ' প্ৰজাপতি ৰহস্য ।

ইয়োপৰি, এইবাৰ ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেলত সকলো দৰ্শকৰ বাবে প্ৰৱেশ বিনামূলীয়া কৰা হৈছে বুলি জানিবলৈ দিছে আয়োজক সমিতিৰ সঞ্চালিকা বৰ্ষা ৰাণী বিষয়াই ৷

Intro:সপ্তম বাৰৰ বাবে আৰম্ভ হব ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভল। ছয়টা সফল সংস্কৰণ পিছত 26 ছেপ্টেম্বৰৰ পৰা হব 29 ছেপ্টেম্বৰ লৈ গুৱাহাটীত ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভল। চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হব লগা এই ফিল্ম ফেষ্টিভল আয়োজন কৰা হৈছে গুৱাহাটীৰ মাছখোৱা প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্প প্ৰেক্ষাগৃহত।

Body:ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভলত 33 খন ৰাষ্ট্রীয় আন্তঃৰাষ্ট্ৰীয় ছবি প্ৰদৰ্শন কৰাৰ লগতে বিভিন্ন স্থানৰ পৰা আমন্ত্ৰণ কৰা হৈছে খ্যাতিসম্পন্ন পৰিচালক সকলক। 33 খনৰ ভিতৰত থাকিব অসমীয়া ছবি লগতে উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো নাগালেণ্ড, মিজোৰামৰ দৰে স্থানৰ ছবিও এই ফেষ্টিভলত প্ৰদৰ্শিত কৰা হব। সপ্তম ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভলৰ আৰম্ভণি অনুষ্ঠানত উপস্থিত থাকিব ছবি নিৰ্মাতা ইমতিয়াজ আলী আৰু অভিনেত্ৰি সোভিতা ধোলিপালা। এইবাৰৰ মহোৎসৱত প্ৰদৰ্শিত হব লগা প্ৰথম খন হব লগা ছবি পৰিচালক প্রতিম ডি গুপ্তাৰ ছবি শান্তিলাল অ' প্রজাপতি ৰহস্য ।

Conclusion:ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভলত এইবাৰ সকলো দৰ্শকৰ বাবে প্ৰৱেশ বিনামূলীয়া কৰিছে বুলি জানিবলৈ দিলে আয়োজক সমিতিৰ সঞ্চালিকা বৰ্ষা ৰাণী ভূঞা ই।

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.