ETV Bharat / state

সন্ধান নাই ব্ৰহ্মপুত্ৰত নিখোজ হোৱা কিশোৰ সুমন সৰকাৰৰ - SDRF আৰু NDRF বাহিনীৰ উদ্ধাৰ অভিযান আৰম্ভ

শনিবাৰে বিয়লি 5 জন বন্ধুৰ লগত ধাৰাপুৰৰ লুইতৰ পাৰত ফটো তুলিবলৈ আহিছিল সুমন সৰকাৰ নামৰ কিশোৰজন ৷ ঠিক সেই সময়তে ছেল্ফী উঠোৱাত মচগুল হৈ থকা অৱস্থাতে ব্ৰহ্মপুত্ৰত পিছলি পৰে কিশোৰজন ৷

সন্ধান ওলোৱা নাই  ব্ৰহ্মপুত্ৰত নিখোজ হোৱা কিশোৰ সুমন সৰকাৰৰ
author img

By

Published : Nov 17, 2019, 3:08 PM IST

গুৱাহাটী,17 নৱেম্বৰ: বৰ্তমানেও সন্ধান ওলোৱা নাই শণিবাৰে বিয়লি ব্ৰহ্মপুত্ৰত নিখোজ হোৱা মালিগাঁৱৰ 16 বছৰীয়া কিশোৰ সুমন সৰকাৰৰ ৷ শনিবাৰৰ অভিযানৰ অন্তত কিশোৰজনৰ মৃতদেহ উদ্ধাৰ নোহোৱাত দেওবাৰে পুৱাৰে পৰা লুইতৰ বুকুত উদ্ধাৰ অভিযান আৰম্ভ কৰিছে SDRF আৰু NDRF বাহিনীয়ে ৷ কিন্তু বৰ্তমানলৈ কিশাৰজনৰ কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা উদ্ধাৰকাৰী দলে ৷

সন্ধান ওলোৱা নাই ব্ৰহ্মপুত্ৰত নিখোজ হোৱা কিশোৰ সুমন সৰকাৰৰ

উল্লেখ্য যে, শনিবাৰে বিয়লি 5 জন বন্ধুৰ লগত ধাৰাপুৰৰ লুইতৰ পাৰত ফটো তুলিবলৈ আহিছিল সুমন সৰকাৰ নামৰ কিশোৰজন ৷ ঠিক সেই সময়তে ছেল্ফী উঠোৱাত মচগুল হৈ থকা অৱস্থাতে ব্ৰহ্মপুত্ৰত পিছলি পৰে কিশোৰজন ৷ ঘটনাৰ পিছতেই বন্ধু কেইজনে খবৰ দিয়ে আজাৰা আৰক্ষী আৰু SDRF বাহিনীক ৷ ইয়াৰ পাছতে ঘটনাস্থলীত আজাৰা আৰক্ষী আৰু SDRF বাহিনী উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই যদিও আন্ধাৰৰ বাবে ব্যাঘাট জন্মিছিল উদ্ধাৰ অভিযানত ৷

Intro:আজিও সন্ধান নাই ছেল্ফী তুলিবলৈ আহি ব্ৰহ্মপুত্ৰত নিখোজ হোৱা মালিগাঁৱৰ কিশোৰ। শণিবাৰে বিয়লিৰ ভাগত ৫বন্ধুৰ লগত ধাৰাপুৰৰ লুইতৰ পাৰত ফটো উঠিব আহিছিল সুমন সৰকাৰ। ছেল্ফী উঠোৱাত মজগুল হৈ থকা অৱস্থাতে ব্ৰহ্মপুত্ৰত পিছলি পৰে কিশোৰজন। পিছত বন্ধু কেইজনে খবৰ দিয়ে আজাৰা আৰক্ষী আৰু SDRF বাহিনীক। ঘটনাস্থলীত আজাৰা আৰক্ষী আৰু SDRF বাহিনী উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই যদিও আন্ধাৰৰ বাবে কিছু ব্যাঘাট জন্মে। ইফালে দেওবাৰে পুৱাৰে পৰা লুইতৰ বুকুত উদ্ধাৰ অভিযান আৰম্ভ কৰিছে SDRF বাহিনীয়ে। কিন্তু বৰ্তমানলৈ কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা কিশোৰজনৰ। আনহাতে এই ঘটনাৰ পিছতে শোকত ভাগি পৰিছে সুমন পৰিয়াল।Body:Guwahati Conclusion:Hirul Haque
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.