ETV Bharat / state

বৰ্নিহাট পে'ট্ৰল পাম্পত ডকাইটিৰ লগত জড়িত 5 জন গ্ৰেপ্তাৰ

author img

By

Published : Mar 14, 2019, 5:44 PM IST

জব্দ কৰে ML-05-D-0229 নম্বৰৰ মাৰুটি কাৰৰ লগতে ডকাইটি কাণ্ডত ব্যৱহাৰ হোৱা পিষ্টল

বৰ্নিহাট পে'ট্ৰল মাম্প ডকাইটি

গুৱাহাটী, 14 মাৰ্চঃ বৰ্নিহাট ষ্টাৰ এনাৰ্জী চাৰ্ভিচ ষ্টেচন পে'ট্ৰল পাম্পৰ ডকাইটি কাণ্ডৰ লগত জড়িত পাঁচ জনক গ্ৰেপ্তাৰ বৰ্নিহাট আৰক্ষীৰ ৷ 16 ফেব্ৰুৱাৰীত মেঘালয় বৰ্নিহাটৰ ১৮ মাইলত অৱস্থিত ষ্টাৰ এনাৰ্জী চাৰ্ভিচ ষ্টেচন নামৰ পে'ট্ৰল পাম্পত পাঁচজনীয়া এটা ডকাইতৰ দলে পিষ্টল দেখুৱাই লুটি নিছিল প্ৰায় ৭ লাখ টকা ৷ এই সমগ্ৰ দৃশ্য বন্দীহৈছিল চিচি টিভি কেমেৰাত ৷ পে'ট্ৰল পাম্পৰ মেনেজাৰৰ গোচৰ আৰু কেমেৰাত বন্ধী হোৱা দৃশ্যৰ ভিত্তিতে বৰ্নিহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ডকাইতৰ দলটো ৷ লগতে জব্দ কৰে ML-05-D-0229 নম্বৰৰ মাৰুটি কাৰৰ লগতে ডকাইটি কাণ্ডত ব্যৱহাৰ হোৱা পিষ্টল ৷ আনহাতে, এই পৰ্যন্ত ডকাইতৰ দলটোৱে লুটি নিয়া 7 লাখ টকা লাভ কৰা নাই বুলি মন্তব্য কৰে বৰ্নিহাট আৰক্ষীয়ে ৷

ৰ্নিহাট পে'ট্ৰল মাম্প ডকাইটি

উল্লেখ্যযে, এই ডকাইতৰদলটোৱে বিগত জানুৱাৰী মাহতো আন এটা ডকাইটি কাণ্ড সংঘটিত কৰে বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷ তাৰোপৰি, চলিত মাহটো আন এটা পে'ট্ৰল পাম্পত ডকাইতিৰ পৰিকল্পনা কৰা বুলি আৰক্ষীৰ আগত স্বীকাৰোক্তি দিয়ে পাঁচ জনীয়া ডকাইতৰ দলটোৱে ৷

Intro:বাৰ্নিহাট আৰক্ষীৰ বৃহৎ সাফল্য। Star Energy Service Station নামৰ পেট্ৰল পাম্পৰ ডকাইতি কাণ্ডৰ লগত জড়িত পাঁচ জন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

Body:মেঘালয় বাৰ্নিহাটৰ ১৮ মাইলত অৱস্থিত Star Energy Service Station নামৰ পেট্ৰল পাম্পত ১৬ Februaryত পাঁচজনীয়া এটা ডকাইতৰ দলে পিষ্টল দেখুৱাই লুটি নিছিল প্ৰায় ৭লাখ টকা। ডকাইতি কাণ্ডৰ সমগ্ৰ লাইভ দৃশ্য আহি পৰিছে ইটিভিৰ হাতত। কিদৰে পাঁচ জনীয়া ডকাইতৰ দলে পেট্ৰল পাম্পৰ মেনেজৰ ধৰম নাথ কুশৱাহাৰ মূৰত পিষ্টল টুৱাই কেচবাকচ পৰা নগদ প্রায় ৭ লাখ টকা লুটি লৈ যায় । ডকাইতৰ দলটোৱে মাত্ৰ ১ মিনিট ৩০ চেকেণ্ডত সময়ৰ ভিতৰতে এই ডকাইতি কাণ্ড সংঘটিত কৰি ৬ নং ৰাষ্ট্ৰীয় ঘাইপথ হৈ নিৰ্বিকাৰ পলাই যাবলৈ সক্ষাম হৈ শ্বিলং অভিমুখে। ঘটনা সম্পর্কে পেট্ৰল পাম্পৰ মেনেজৰ ধৰম নাথ কুশৱাহাই বাৰ্নিহাট আৰক্ষী চকীত এটা গোচৰ ৰুজু কৰিছিলোঁ। বাৰ্নিহাট আৰক্ষীয়ে এই সম্পৰ্কে এটা গোচৰ ৰুজু কৰি তদন্ত কৰি মেঘালয়ৰ বিভিন্ন প্ৰান্তৰ পৰা বাৰ্নিহাট আৰক্ষীয়ে পেট্ৰল পাম্পৰ ডকাইতি কাণ্ডৰ লগত জড়িত পাঁচ জন লোকক গ্ৰেপ্তাৰ কৰে।

Byte

Asrar Ansari
গুৱাহাটী

Conclusion:Energy Service Station নামৰ পেট্ৰল পাম্পৰ ডকাইতি কাণ্ডত লগত Klostar Marnger, Kularshai Lyngdoh Mawnai, Frankupar Nongrang Dondor Marwein আৰু Shamsing Mawblei জড়িত আছিলা । এই ডকাইতৰ জানুৱাৰী মাহতো আন এটা পেট্ৰল পাম্পত
ডকাইতি কৰিছিল। আনহাতে এই পাঁচ জনীয়া ডকাইতৰ দলটোৱে মাৰ্চ মাহৰ আন এটা পেট্ৰল পাম্পত ডকাইতি পৰিকল্পনা কৰিবলৈ লওতে বাৰ্নিহাট আৰক্ষীয়ে
Star Energy Service Station নামৰ পেট্ৰল পাম্পৰ ডকাইতি কাণ্ডৰ লগত জড়িত পাঁচ জন লোকক গ্ৰেপ্তাৰ কৰে। ডকাইতি কৰিবলৈ ML 05 D 0229 নম্বৰৰ মাৰুটি কাৰ জব্দ কৰেছে। ডকাইতি কাণ্ড ব্যৱহাৰ কৰা পিষ্টলো উদ্ধাৰ কৰে বাৰ্নিহাট আৰক্ষীয়ে। ডকাইতৰ দলটোৱে ৭ লাখ লুটি নিছিল পেট্ৰল পাম্পটোৰ পৰা কিন্তু বৰ্তমানলৈও আৰক্ষী উদ্ধাৰ কৰিব পৰা হোৱা নাই টকা খিনি।

CCTV VISUAL AT FTP

Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.