গুৱাহাটী, ১৮ ডিচেম্বৰঃ ৰাজ্যৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পিছুৱাই দিয়া হৈছে অসম প্ৰকাশন পৰিষদৰ দ্বাৰা আয়োজিত ৩৩ সংখ্যক গুৱাহাটী গ্ৰন্থমেলা । বিগত ৩২ বছৰে অসম প্ৰকাশন পৰিষদে এই গ্ৰন্থমেলা আয়োজন কৰি আহিছে,যত প্ৰতি বছৰে অংশগ্ৰহণ কৰে দেশ-বিদেশৰ বহুসংখ্যক আগশাৰীৰ প্ৰকাশন গোষ্ঠীয়ে। এইবাৰো ২৮ ডিচেম্বৰৰ পৰা ৮ জানুৱাৰীলৈ গুৱাহাটীৰ চান্দমাৰীস্থ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত এই গ্ৰন্থমেলা অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও আজি প্ৰকাশন পৰিষদৰ ফালৰ পৰা পৰৱৰ্তী তাৰিখ ঘোষণা নকৰা পৰ্যন্ত এই গ্ৰন্থমেলা পিছুওৱা হৈছে বুলি কোৱা হয়।
৩৩ সংখ্যক গুৱাহাটী গ্ৰন্থমেলাৰ দিন সলনি
নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যৰ পৰিস্থিতি উত্তপ্ত হৈ থকাৰ পৰিপ্ৰেক্ষিতত অসম প্ৰকাশন পৰিষদৰ দ্বাৰা আয়োজিত ৩৩ সংখ্যক গুৱাহাটী গ্ৰন্থমেলাৰ দিন পিছুওৱা হৈছে ৷
গুৱাহাটী, ১৮ ডিচেম্বৰঃ ৰাজ্যৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পিছুৱাই দিয়া হৈছে অসম প্ৰকাশন পৰিষদৰ দ্বাৰা আয়োজিত ৩৩ সংখ্যক গুৱাহাটী গ্ৰন্থমেলা । বিগত ৩২ বছৰে অসম প্ৰকাশন পৰিষদে এই গ্ৰন্থমেলা আয়োজন কৰি আহিছে,যত প্ৰতি বছৰে অংশগ্ৰহণ কৰে দেশ-বিদেশৰ বহুসংখ্যক আগশাৰীৰ প্ৰকাশন গোষ্ঠীয়ে। এইবাৰো ২৮ ডিচেম্বৰৰ পৰা ৮ জানুৱাৰীলৈ গুৱাহাটীৰ চান্দমাৰীস্থ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত এই গ্ৰন্থমেলা অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও আজি প্ৰকাশন পৰিষদৰ ফালৰ পৰা পৰৱৰ্তী তাৰিখ ঘোষণা নকৰা পৰ্যন্ত এই গ্ৰন্থমেলা পিছুওৱা হৈছে বুলি কোৱা হয়।
গুৱাহাটী, ১৮ ডিচেম্বৰঃ ৰাজ্যৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পিছুৱাই দিয়া হৈছে অসম প্ৰকাশন পৰিষদৰ দ্বাৰা আয়োজিত ৩৩ সংখ্যক গুৱাহাটী গ্ৰন্থমেলা । বিগত ৩২ বছৰে অসম প্ৰকাশন পৰিষদে এই গ্ৰন্থমেলা আয়োজন কৰি আহিছে, যত প্ৰতি বছৰে অংশগ্ৰহণ কৰে দেশ-বিদেশৰ বহুসংখ্যক আগশাৰীৰ প্ৰকাশন গোষ্ঠীয়ে । এইবাৰো ২৮ ডিচেম্বৰৰ পৰা ৮ জানুৱাৰীলৈ গুৱাহাটীৰ চান্দমাৰীস্থ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত এই গ্ৰন্থমেলা অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও আজি প্ৰকাশন পৰিষদৰ ফালৰ পৰা পৰৱৰ্তী তাৰিখ ঘোষণা নকৰা পৰ্যন্ত এই গ্ৰন্থমেলা পিছুওৱা হৈছে বুলি কোৱা হয় ।
Conclusion: