ETV Bharat / state

মহানগৰীত বলিউডৰ অভিনেতা ৰাজপাল যাদৱ - assam news

গুৱাহাটীৰ চিটি চেণ্ট্ৰেলত থকা T-Series Stage Works Academy শিক্ষানুষ্ঠানে শনিবাৰে এক কৰ্মশালাৰ আয়োজন কৰে । কৰ্মশালাত উপস্থিত থাকে বলিউডৰ জনপ্ৰিয় অভিনেতা তথা কমেডিয়ানৰূপে পৰিচিত ৰাজপাল যাদৱৰ উপৰিও আন বহুকেইজন প্ৰতিষ্ঠিত শিল্পী, তথা কলা-কুশলী ৷

মহানগৰীত বলিউড অভিনেতা ৰাজপাল যাদৱ
author img

By

Published : Jun 15, 2019, 11:31 PM IST

গুৱাহাটী, 15 জুনঃ T- Series ৰ উদ্যোগত মহানগৰীত অভিনয়-ফেশ্বন-নৃত্যৰ শিক্ষানুষ্ঠান । গুৱাহাটীৰ চিটি চেণ্ট্ৰেলত থকা T-Series Stage Works Academy শিক্ষানুষ্ঠানে শনিবাৰে এক কৰ্মশালাৰ আয়োজন কৰে । কৰ্মশালাত উপস্থিত থাকে বলিউডৰ জনপ্ৰিয় অভিনেতা তথা কমেডিয়ানৰূপে পৰিচিত ৰাজপাল যাদৱৰ উপৰিও আন বহুকেইজন প্ৰতিষ্ঠিত শিল্পী, তথা কলা-কুশলী ৷ নিমন্ত্ৰিত অভিনেতা কেইগৰাকীৰ লগত মত বিনিময় কৰে শিক্ষানুষ্ঠানখনৰ শিক্ষাৰ্থীসকলে ৷ আনহাতে, অসমীয়া ভাষা শুনিবলৈ ভাল লগাৰ লগতে অসমীয়া ভাষা কৈয়ো শুনালে বলিউড অভিনেতা ৰাজপাল যাদৱে ৷

Intro:T- Series ৰ উদ্যোগত মহানগৰীত অভিনয় -ফেশ্বন-নৃত্য আদিৰ শিক্ষানুষ্ঠান। গুৱাহাটীৰ চিটি চেণ্ট্ৰেলত থকা T-Series Stage Works Academy শিক্ষানুষ্ঠান খনত শনিবাৰে এখন কৰ্মশালা আয়োজন হয়। মায়ানগৰী মুম্বাইৰ বহু প্ৰতিষ্ঠিত শিল্পী-কলা-কুশলীক নিমন্ত্ৰণ কৰি তেওঁলোকৰ হৈতে মত বিনিময় কৰে শিক্ষাৰ্থী সকলে। কৌতুক অভিনেতা ৰাজপাল যাদৱ, গোৱিন্দ নামদেৱে অংশ লোৱাৰ লগতে জীৱনৰ বহু তিতা- মিঠা অভিজ্ঞতা ব্যক্ত কৰে শিক্ষাৰ্থীৰ সৈতে। T-Series ৰ এই শিক্ষানুষ্ঠান খনে অসমৰ বহু যুৱক-যুৱতীক বলিউদত নিজৰ সপোন পূৰণৰ সুযোগ প্ৰদান কৰিব।

Body:নৰ্থ ইষ্টৰ সকলো ভাল পাওঁ বুলি কলে ৰাজপাল যাদৱে । অসমৰ বতাহ অসমৰ পাহাৰ পৰ্বত সকলো ভাল পাই তেওঁ । লগতে কয় যে অসমীয়া ভাষা শুনিবলৈ ভাল লগা যাৰ বাবে অসমীয়া ভাষা কৈ ভাল লাগে। অসমীয়া ভাষা কৈয়ো শুনালে ৰাজপাল যাদবে।
Bite:-ৰাজপাল যাদৱ।

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.