ETV Bharat / state

জাকিৰ হুছেইন চিকদাৰৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'বঃ ৰূপম গোস্বামী

সংবাদমাধ্যমত কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন চিকদাৰক কৰে তীব্ৰ সমালোচনা ৷ বিধায়ক জাকিৰ হুছেইন চিকদাৰে এন আৰ চি সন্দৰ্ভত কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিজেপিৰ মুখপাত্ৰ গৰাকীয়ে।

author img

By

Published : May 13, 2019, 8:03 PM IST

বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীৰ সংবাদমেল

গুৱাহাটী, 13 মে’: সোমবাৰে বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীয়ে এক সংবাদমেল যোগে সংবাদ মাধ্যমত কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন চিকদাৰক কৰে তীব্ৰ সমালোচনা ৷ বিধায়ক জাকিৰ হুছেইন চিকদাৰে এন আৰ চি সন্দৰ্ভত কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিজেপিৰ মুখপাত্ৰ গৰাকীয়ে ।

বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীৰ সংবাদমেল
এন আৰ চি সন্দৰ্ভত হুছেইনে কৰা মন্তব্য আপত্তিজনক বুলি কয়। মুখ্যমন্ত্ৰী আৰু আৰ এচ এচৰ নিৰ্দেশত এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়া চলা বুলি কৰা মন্তব্য গ্ৰহণযোগ্য নহয়। এন আৰ চিৰ প্ৰক্ৰিয়া মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত চলে ৷ কংগ্ৰেছৰ বিধেয়ক গৰাকীৰ এনে মন্তব্যৰ বিৰুদ্ধে ব্যৱস্থা ল'ব বুলি প্ৰকাশ কৰে বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীয়ে।

A_GHY_13MAY_801_RUPAM_BJP_VIS_BYT_AKASH
সোমবাৰে বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীৰ সংবাদমাধ্যমত কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন চিকদাক সমালোচনা ।  বিধায়ক জাকিৰ হুছেইন চিকদাৰে NRC ৰ সন্দৰ্ভত কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া BJP ৰ মুখপাত্ৰ গৰাকীৰ ।  NRC ৰ সন্দৰ্ভত হুছেইনে কৰা মন্তব্য আপত্তি জনক । মুখ্যমন্ত্ৰী আৰু RSS ৰ নির্দেশত NRC উন্নীতকৰণ প্ৰক্ৰিয়া চলা বুলি কৰা মন্ত্যব গ্ৰহণযোগ্য নহয় । NRC প্ৰক্ৰিয়া উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত চলে । কংগ্ৰেছৰ বিধেয়ক গৰাকীৰ এনে মন্ত্যৱৰ বিৰুদ্ধে আমি ব্যৱস্থা লম বুলি মত প্ৰকাশ কৰে বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীয়ে । 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.