ETV Bharat / state

"চকীদাৰ"ৰ বাবে গুৱাহাটীত বিজেপিৰ সংবাদমেল

বিৰোধীমহলে চকীদাৰ সন্দৰ্ভত কৰা উপহাসমূলক মন্তব্যৰ পৰিপেক্ষিতত বিজেপিৰ সংবাদমেল ৷ অহা ৩১ মাৰ্চত অসমৰ ১৪ টা লোকসভা সমষ্টিৰ ১৪ টা স্থানত প্ৰধানমন্ত্ৰীয়ে মে ভি চকীদাৰ এক অনুষ্ঠানত ভিডিঅ কনফাৰেন্সৰ জৰীয়তে মত বিনিময় কৰিব

"চকীদাৰ"ৰ বাবে গুৱাহাটীত বিজেপিৰ সংবাদমেল
author img

By

Published : Mar 29, 2019, 5:38 PM IST

গুৱাহাটী,২৯ মাৰ্চঃ চকীদাৰ আখ্যাৰে বিভূষিত হ'লদেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। কিন্তু চকীদাৰ উপনামেৰে ছ'চিয়েল মিডিয়া আৰু টুইটাৰত উপহাসমূলক মন্তব্য কৰে একাংশবিৰোধীয়ে। চকীদাৰ বিশেষণ টোক লৈ উপহাস কৰাৰ পৰিপ্ৰেক্ষিতত শুকুৰবাৰে হেঙেৰাবাৰী কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰে বিজেপি দলে ।

"চকীদাৰ"ৰ বাবে গুৱাহাটীত বিজেপিৰ সংবাদমেল
সংবাদেল সম্বোধন কৰি মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই পোনপ্ৰথমেই আক্ৰমণ কৰে বিৰোধী পক্ষক। লগতে তেওঁ জনাই যে, অহা ৩১ মাৰ্চত অসমৰ ১৪ টা লোকসভা সমষ্টিৰ ১৪ টা স্থানত প্ৰধানমন্ত্ৰীয়ে মে ভি চকীদাৰ এক অনুষ্ঠানত ভিডিঅ কনফাৰেন্সৰ জৰীয়তে মত বিনিময় কৰিব ।লগতে তেওঁ গুৱাহাটী সমষ্টিত বিজেপিৰ প্ৰাৰ্থীয়ে সৰ্বাধিক ভোটত জয়ী হ'ব বুলিও এই সংবাদমেল যোগে ঘোষণা কৰে ।

Intro:দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক চকীদাৰ আখ্যাৰে বিভূষিত কৰা হল । কিন্তু চকীদাৰ উপনামেৰে চচিয়াল মিডিয়া আৰু টুইটাৰত উপলুঙা বিৰোধী মহলৰ। চকীদাৰ লৈ উপলুঙা কৰাৰ পৰিপ্ৰেক্ষিতত এইবাৰ হেঙেৰাবাৰীৰ bjp কাৰ্য্যালয়ত সংবাদমেল। সংবাদমেল সম্বোধন কৰে সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াই। সংবাদেল সম্বোধন কৰি বিৰোধীক পুনপ্ৰথমেই আক্ৰমণ।

Body:সিদ্ধাৰ্থ ভট্টাচাৰ্য#
চচিয়াল মিডিয়াত চকীদাৰ শব্দ টো বিশ্বৰ ভিতৰতে সৰ্বাধিক প্ৰচাৰ হৈছে।
জন আন্দোলন পৰিগণিত হৈছে।
অহা 31 মাৰ্চত অসমৰ 14 তা লোকসভা সমষ্টিৰ 14 তা স্থান ত প্ৰধান মন্ত্ৰীয়ে মে ভি চকীদাৰ এক অনুষ্ঠান ভিডিঅ কোনফেৰেন্স জৰিয়তে মত বিনিময় কৰিব। এই কোনফেৰেন্স bjp আৰু nda ৰ মিত্ৰতা দলৰ নেতৃত্ব চিকিৎসক উকীল গানিক আই টি নতুন ভোটাৰ খেতিয়ক আদি লোক থাকিব।
2014 তকৈ এইবাৰ ৰাইজে বেছি সঁহাৰি পোৱাৰ কথা কলে ভট্টাচাৰ্য ডাঙৰীয়াই। অধিক আসন পোৱাৰ কথা ব্যক্ত।
গুৱাহাটী সমষ্টিত bjp ৰ প্ৰাৰ্থীয়ে সৰ্বাধিক ভোটত জয়ী হব।

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.