ETV Bharat / state

মহানগৰীত বিজেপিৰ অধিবক্তা সমাৰোহ - সমাৰোহ

আগন্তুক লোকসভা নিৰ্বাচনত অধিবক্তাসকলক একত্ৰিত কৰাৰ প্ৰয়াসেৰে  মহানগৰীত অধিবক্তা সমাৰোহ ৷ বিজেপিৰ আইন আৰু ন্যায় বিভাগৰ উদ্যোগত অনুষ্ঠিত হয় এই সমাৰোহ ৷

মহানগৰীত বিজেপিৰ আইন আৰু ন্যায় বিভাগৰ উদ্যোগত অধিবক্তা সমাৰোহ
author img

By

Published : Mar 10, 2019, 1:01 AM IST

গুৱাহাটী,9মাৰ্চ : শনিবাৰে মহানগৰীৰ মালিগাঁওস্থিত ৰং ভৱনত অনুষ্ঠিত হয় বিজেপিৰ আইন আৰু ন্যায় বিভাগৰ উদ্যোগত এক অধিবক্তা সমাৰোহ । আগন্তুক লোকসভা নিৰ্বাচনত অধিবক্তাসকলক একত্ৰিত কৰাৰ উদ্দেশ্যেএই সমাৰোহঅনুষ্ঠিত কৰা হয় ।

মহানগৰীত বিজেপিৰ আইন আৰু ন্যায় বিভাগৰ উদ্যোগত অধিবক্তা সমাৰোহ
অধিবক্তা সমাৰোহত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসৰ লগতে বহুকেইগৰাকী জ্যেষ্ঠ অধিবক্তা ।

সমাৰোহখনত ৰঞ্জিত দাসে অধিবক্তা সমাজে পুনৰ নৰেন্দ্ৰ মোডীৰ নেতৃত্বত চৰকাৰ হোৱাটো বিচাৰে বুলি মন্তব্য কৰিশেহতীয়াকৈ ৰাজ্যত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত সংঘটিত হোৱা কেলেংকাৰীৰ উচিত তদন্তৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান জনায় ৷

SLUG= BJP-METTING

HEADLINE= মহানগৰীত বিজেপিৰ আইন আৰু ন্যায় বিভাগৰ উদ্যোগত অধিবক্তা সমাৰোহ 
SUMMARY=  আগন্তুক লোকসভা নিৰ্বাচনত অধিবক্তাসকলক একত্ৰিত কৰাৰ প্ৰয়াসেৰে  মহানগৰীত অধিবক্তা সমাৰোহ 

গুৱাহাটী,9মাৰ্চ : শণিবাৰে গুৱাহাটী মহানগৰীৰ মালিগাঁওস্থিত ৰং ভৱনত অনুষ্ঠিত হয় বিজেপিৰ আইন আৰু ন্যায় বিভাগৰ উদ্যোগত অধিবক্তা সমাৰোহ ।  আগন্তুক লোকসভা নিৰ্বাচনত অধিবক্তাসকলক একত্ৰিত কৰাৰ উদ্দেশ্যেই এই সমাৰোহখন অনুস্থিত কৰা হয় । এই অধিবক্তা সমাৰোহত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ লগতে বহুকেইগৰাকী জ্যেষ্ঠ অধিবক্তা আৰু বহু বিশিষ্ট ব্যক্তি । 

সমাৰোহখনত ৰঞ্জিত দাসে অধিবক্তাসমাজে পুনৰ নৰেন্দ্ৰ মোডীৰ নেতৃত্বত চৰকাৰ হোৱাটো বিচাৰে বুলি মন্তব্য কৰি, শেহতীয়াকৈ ৰাজ্যত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত সংঘটিত হোৱা কেলেংকাৰীৰ উচিত তদন্তৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান জনোৱাৰ কথাও উল্লেখ কৰে । 
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.