গুৱাহাটী,23এপ্ৰিলঃ মহানগৰীৰ আন ভোটাৰসকলৰ সমান্তৰালকৈ ভোটাধিকাৰ সাব্যস্ত কৰিলে তৃতীয় লিংগৰ ভোটাৰসকলেও। পাণ্ডুৰ হিন্দী বিদ্যামন্দিৰ স্কুল ভোট কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰে বিধান বৰুৱাই । কেন্দ্ৰটোত তৃতীয় লিংগৰ বাবে ভোটদানৰ বাবে কোনো শাৰী নথকাত ক্ষোভ ব্যক্ত কৰে বিধানে । অৱশ্যে পাচত নিৰ্বাচন আয়োগৰ লগত যোগাযোগ কৰি তৃতীয় লিংগৰ বাবে পৃথক শাৰীৰ ব্যৱস্থা কৰে বিধান বৰুৱাই । আনহাতে তৃতীয় লিংগই ভোট বৰ্জনৰ সিন্ধান্ত লৈছিল যদিও এক বিকল্পত ভোটদান কৰি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে বুলি সাংবাদিকৰ আগত মন্তব্য কৰে বিধান বৰুৱাই ।
ভোটদানৰ বাবে গৈ ক্ষোভিত হ'ল বিধান বৰুৱা - lok sabha election
ৰাজ্যত মঙলাবাৰে অনুষ্ঠিত হৈছে অন্তিম পৰ্যায়ৰ নিৰ্বাচন ৷ মহানগৰীত আন আন ভোটাৰসকলৰ সমান্তৰালকৈ ভোটদানৰ বাবে ওলাই আহিল তৃতীয় লিংগৰ ভোটাৰসকলো ৷
গুৱাহাটী,23এপ্ৰিলঃ মহানগৰীৰ আন ভোটাৰসকলৰ সমান্তৰালকৈ ভোটাধিকাৰ সাব্যস্ত কৰিলে তৃতীয় লিংগৰ ভোটাৰসকলেও। পাণ্ডুৰ হিন্দী বিদ্যামন্দিৰ স্কুল ভোট কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰে বিধান বৰুৱাই । কেন্দ্ৰটোত তৃতীয় লিংগৰ বাবে ভোটদানৰ বাবে কোনো শাৰী নথকাত ক্ষোভ ব্যক্ত কৰে বিধানে । অৱশ্যে পাচত নিৰ্বাচন আয়োগৰ লগত যোগাযোগ কৰি তৃতীয় লিংগৰ বাবে পৃথক শাৰীৰ ব্যৱস্থা কৰে বিধান বৰুৱাই । আনহাতে তৃতীয় লিংগই ভোট বৰ্জনৰ সিন্ধান্ত লৈছিল যদিও এক বিকল্পত ভোটদান কৰি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে বুলি সাংবাদিকৰ আগত মন্তব্য কৰে বিধান বৰুৱাই ।
(Hirul Haque/Guwahati)
Phone no- 8876195899, 7002668932