ETV Bharat / state

সুধাকণ্ঠলৈ ভাৰত ৰত্ন

দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান " ভাৰত ৰত্ন " লাভ কৰা ডঃ ভূপেন হাজৰিকা হব দ্বিতীয়জন অসমীয়া। ইয়াৰ পূৰ্বে এই সন্মান মৰণোত্তৰভাবে প্ৰদান কৰা হৈছিল গোপীনাথ বৰদলৈক।

৮ আগষ্টত সুধাকন্ঠলৈ " ভাৰত ৰত্ন " সন্মান
author img

By

Published : Jul 31, 2019, 12:09 PM IST

গুৱাহাটী, ৩১ জুলাই: অসমীয়া জাতিৰ বাবে এটা ঐতিহাসিক তথা স্মৰণীয় দিন হিচাপে পৰিগণিত হব ৮ আগষ্টৰ দিনটো। কেন্দ্ৰীয় চৰকাৰে শুকুৰবাৰে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘ভাৰত ৰত্ন’ প্ৰদান কৰাৰ কথা ঘোষণা কৰে।

অহা ৮ আগষ্টত মৰণোত্তৰ ভাবে ডঃ ভূপেন হাজৰিকালৈ আগবঢ়োৱা হব দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান " ভাৰত ৰত্ন "। ৮ আগষ্টৰ সন্ধিয়া ৬ বজাত ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হবলগীয়া এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সুধাকন্ঠলৈ এই সন্মান আগবঢ়াব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে। ডঃ ভূপেন হাজৰিকাৰ হৈ এই সন্মান গ্ৰহণ কৰিব তেওঁৰ পুত্ৰ তেজ হাজৰিকাই।

উল্লেখ্য যে ডঃ ভূপেন হাজৰিকাক " ভাৰত ৰত্ন " প্ৰদানৰ বাবে তেওঁৰ জীৱিত কালৰে পৰাই অসমৰ বিভিন্ন দল, সংগঠনে দাবী জনাই আহিছিল। কিন্তু পূৰ্বৰ কোনো এখন চৰকাৰেই এই দাবীৰ প্ৰতি সন্মান বা গুৰুত্ব দিয়া নাছিল যদিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে প্ৰথমটো কাৰ্যকালৰ শেষৰ ফালে ডঃ হাজৰিকাৰ নামটো " ভাৰত ৰত্ন " ৰ বাবে বিবেচনা কৰে।

দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান " ভাৰত ৰত্ন " লাভ কৰা ডঃ ভূপেন হাজৰিকা হব দ্বিতীয়জন অসমীয়া। ইয়াৰ পূৰ্বে 1999 চনত এই সন্মান মৰণোত্তৰভাবে প্ৰদান কৰা হৈছিল গোপীনাথ বৰদলৈক।

Intro:গুৱাহাটী, ৩১ জুলাই: অসমবাসী আৰু অসমীয়া জাতিৰ বাবে এটা ঐতিহাসিক তথা স্মৰণীয় দিন হৈ ৰৈ যাব আগন্তুক ৮ আগষ্টৰ দিনটো। কিয়নো ৮ আগষ্টত মৰণোত্তৰ ভাবে ডঃ ভূপেন হাজৰিকালৈ আগবঢ়োৱা হব দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান " ভাৰত ৰত্ন "। ৮ আগষ্টৰ সন্ধিয়া ৬ বজাত ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হবলগীয়া এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সুধাকন্ঠলৈ এই সন্মান আগবঢ়াব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে। ডঃ ভূপেন হাজৰিকাৰ হৈ এই সন্মান গ্ৰহণ কৰিব তেওঁৰ পুত্ৰ তেজ হাজৰিকাই।

Body:উল্লেখ্য যে ডঃ ভূপেন হাজৰিকাক " ভাৰত ৰত্ন " প্ৰদানৰ বাবে তেওঁৰ জীৱিত কালৰে পৰাই অসমৰ বিভিন্ন দল, সংগঠনে দাবী জনাই আহিছিল। কিন্তু পূৰ্বৰ কোনো এখন চৰকাৰেই এই দাবীৰ প্ৰতি সন্মান বা গুৰুত্ব দিয়া নাছিল যদিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে প্ৰথমটো কাৰ্যকালৰ শেষৰ ফালে ডঃ হাজৰিকাৰ নামটো " ভাৰত ৰত্ন " ৰ বাবে বিবেচনা কৰে।

Conclusion:মন কৰিবলগীয়া যে দেশৰ সৰ্বোচ্চ সন্মান " ভাৰত ৰত্ন " লাভ কৰা ডঃ ভূপেন হাজৰিকা হব দ্বিতীয়জন অসমীয়া। ইয়াৰ পূৰ্বে এই সন্মান মৰণোত্তৰভাবে প্ৰদান কৰা হৈছিল গোপীনাথ বৰদলৈক।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.